- Видео 132
- Просмотров 53 175
Dr.Rupjyoti Chamuah's- Healthy Life
Добавлен 1 сен 2021
People suffers from lots of health issues now a days. This channel will let you know about health issues and its management.
Видео
জৰুৰী বাৰ্তা- ডায়েবেটিছে আন কি কি বেমাৰ আমাৰ শৰীৰলৈ মাতি আনে?#diabetescomplications
Просмотров 714 дней назад
ডায়েবেটিছে আন কি কি বেমাৰ আমাৰ শৰীৰলৈ মাতি আনে?#diabetes #diabetesawareness #diabetescare #diabetescomplications
ডায়েবেটিছ কি কি প্ৰকাৰৰ থাকে?গৰ্ভৱতী মহিলাৰ ডায়েবেটিছ হলে কি কৰিব?সৰু লৰা-ছোৱালীৰ ডায়েবেটিছ হয়নে?
Просмотров 5121 день назад
ডায়েবেটিছ কি কি প্ৰকাৰৰ থাকে?গৰ্ভৱতী মহিলাৰ ডায়েবেটিছ হলে কি কৰিব? সৰু লৰা-ছোৱালীৰ ডায়েবেটিছ হব পাৰেনে?#diabetes #diabetesawareness #diabetesawareness #diabetescare #diabetesmanagement #diabetessymptoms #diabetestypes
ডায়েবেটিছ হোৱাৰ আগজাননী কেনেকৈ পাব?কি টেষ্ট কৰিব? কেতিয়া কৰিব?কোন ব্যক্তিয়ে এই টেষ্ট টো কৰিব লাগে?
Просмотров 42528 дней назад
ডায়েবেটিছ হোৱাৰ আগজাননী কেনেকৈ পাব?কি টেষ্ট কৰিব? কেতিয়া কৰিব?কোন ব্যক্তিয়ে এই টেষ্ট টো কৰিব লাগে
ডায়েবেটিছ ৰোগীসকলে কেতিয়া কেতিয়া চুগাৰ টেষ্ট কৰিব লাগে?
Просмотров 278Месяц назад
ডায়েবেটিছ ৰোগীসকলে কেতিয়া কেতিয়া চুগাৰ টেষ্ট কৰিব লাগে?#diabetes #diabetesawareness #diabetescare #diabetic #diabetescure #diabetesmanagement
Sugar Test ৰ বাহিৰেও ডায়েবেটিছ ৰোগীয়ে আন কি কি স্বাস্থ্য পৰীক্ষা নিয়মীয়াকৈ কৰিব লাগে?#diabetes
Просмотров 103Месяц назад
Sugar Test ৰ বাহিৰেও ডায়েবেটিছ ৰোগীয়ে আন কি কি স্বাস্থ্য পৰীক্ষা নিয়মীয়াকৈ কৰিব লাগে? #diabetes #diabetesawareness #diabetescare #diabetesmanagement #diabetessymptoms #diabetic
খাদ্যাভাস ঠিক কৰিSugarlevelনিয়ন্ত্ৰণ কৰক- ডায়েবেটিছ ৰোগীয়ে ভাত খাবনে ৰুটী? মাছ,মাংস,কণী অপকাৰী নেকি?
Просмотров 147Месяц назад
খোৱা বোৱাৰ ধৰণ সঠিক কৰি Sugar level নিয়ন্ত্ৰণ কৰি ৰাখক❤️ ডায়েবেটিছ ৰোগীসকলে ভাত খাব নে ৰুটী খাৱ? মাছ , মাংস, কণী ডায়েবেটিছ ৰোগীৰ বাবে অপকাৰী নেকি?#diabetes #diabetesawareness #diabetesmanagement #diabetescare #diabetesdiet #diabetesdietplan
এই ১৫ টা বিপদজনক📌 লক্ষণ দেখিলে শিশুক লগে লগে চিকিৎসকৰ ওচৰত লৈ যাওক #dangersign #baby #babyhealth
Просмотров 314Месяц назад
এই ১৫ টা বিপদজনক📌 লক্ষণ দেখিলে শিশুক লগে লগে চিকিৎসকৰ ওচৰত লৈ যাওক#baby #baby #babycare #parenting #breastfeeding #breastmilk #dangersign
এগৰাকী সুস্থ মাতৃৰ কেনেকৈ জন্ম দিব?প্ৰতিগৰাকী কন্যাশিশুৰ নামত উৎসৰ্গিত❤️🙏#baby #healthymother
Просмотров 109Месяц назад
এগৰাকী সুস্থ মাতৃৰ কেনেকৈ জন্ম দিব? প্ৰতিগৰাকী কন্যাশিশুৰ নামত উৎসৰ্গিত❤️🙏
কিমান বয়সৰ শিশুক নৱজাতক বুলি কোৱা হয়? শিশুৰ জীৱনৰ কোনখিনি সময় আটাইতকৈ বেছি বিপদসংকুল/যত্ন লৱলগীয়া?
Просмотров 1082 месяца назад
কিমান বয়সৰ শিশুক নৱজাতক বুলি কোৱা হয়? এজন শিশুৰ জীৱনৰ কোনখিনি সময় আটাইতকৈ বেছি বিপদসংকুল / যত্ন লৱলগীয়া? #baby #babyfood #breastmilk #breastfeeding #cowmilk #babycare #cowmilkforbaby #pregnancy #dryfruits #tea #neonatal #neonatalcare #neonataljaundice #neonatalogy
নৱজাত শিশুক কেনেকুৱা ঘৰ / ৰুমত ৰাখিব? কি কাপোৰ পিন্ধাব? কেনেকৈ শুৱাব?পিতৃ আৰু পৰিয়ালৰ কৰ্তব্য কি?
Просмотров 2742 месяца назад
নৱজাত শিশুক কেনেকুৱা ঘৰ / ৰুমত ৰাখিব? কি কাপোৰ পিন্ধাব? কেনেকৈ শুৱাব?পিতৃ আৰু পৰিয়ালৰ কৰ্তব্য কি?
Success Story1:১৭বছৰীয়া পাইলচ হোমিওপেথিক চিকিৎসাত কিমান দিনত ভাল হল?লক্ষণ কি কি & কেনে খাদ্য খাৱ?
Просмотров 1542 месяца назад
Success Story1:১৭বছৰীয়া পাইলচ হোমিওপেথিক চিকিৎসাত কিমান দিনত ভাল হল?লক্ষণ কি কি & কেনে খাদ্য খাৱ?
HFMD- Hand foot mouth diseaseকি?বসন্ত আৰু HFMDএকেনে?কি চিকিৎসা কৰিব?Antibiotics ৰ কিবা ভুমিকা আছেনে?
Просмотров 4392 месяца назад
HFMD- Hand foot mouth diseaseকি?বসন্ত আৰু HFMDএকেনে?কি চিকিৎসা কৰিব?Antibiotics ৰ কিবা ভুমিকা আছেনে?
বংশগত ৰোগৰ পৰা কেনেকৈ বাচিব পাৰি? How to get rid of hereditary diseases?
Просмотров 3662 месяца назад
বংশগত ৰোগৰ পৰা কেনেকৈ বাচিব পাৰি? How to get rid of hereditary diseases? #baby #babycare #breastmilk #breastfeeding #cowmilk #dryfruits #babyfood #tea #cowmilkforbaby #pregnancy
ৰোগ প্ৰতিৰোধক শক্তি কম হোৱাৰ লক্ষণ সমুহ কি কি?What are the signs of low Immunity Power?
Просмотров 2113 месяца назад
ৰোগ প্ৰতিৰোধক শক্তি কম হোৱাৰ লক্ষণ সমুহ কি কি?What are the signs of low Immunity Power?
প্ৰকৃতিক ৰোগপ্ৰতিৰোধক শক্তি শিশুৰ দেহত কিমান দিন থাকে?কেইমাহলৈ শিশুক close observation ত ৰাখিব লাগে?
Просмотров 1473 месяца назад
প্ৰকৃতিক ৰোগপ্ৰতিৰোধক শক্তি শিশুৰ দেহত কিমান দিন থাকে?কেইমাহলৈ শিশুক close observation ত ৰাখিব লাগে?
পেলু হলে কি কি লক্ষণ দেখা পোৱা যায়? এজন ব্যক্তিৰ পেলু হলে পৰিয়ালৰ আন সদস্যসকলেও কিয় দৰৱ খাৱ লাগে?
Просмотров 3743 месяца назад
পেলু হলে কি কি লক্ষণ দেখা পোৱা যায়? এজন ব্যক্তিৰ পেলু হলে পৰিয়ালৰ আন সদস্যসকলেও কিয় দৰৱ খাৱ লাগে?
পেলুৰ সংক্ৰমণৰ পৰা বাছি থাকিবলৈ এই পাচটা সাৱধানতা অৱলম্বন কৰক #worms #WORMINFECTION
Просмотров 4583 месяца назад
পেলুৰ সংক্ৰমণৰ পৰা বাছি থাকিবলৈ এই পাচটা সাৱধানতা অৱলম্বন কৰক #worms #WORMINFECTION
SRJ HOMOEO CLINIC - OPENING CEREMONY ON 18/09/2024
Просмотров 193 месяца назад
SRJ HOMOEO CLINIC - OPENING CEREMONY ON 18/09/2024
পেলুৰ দৰব শিশুক খোওৱাৰ সঠিক বয়স কি,কেতিয়া আৰু কেইবাৰকে খাব লাগে আৰু আন কি কি বেমাৰৰ পৰা বচাব পাৰে?
Просмотров 2,2 тыс.4 месяца назад
পেলুৰ দৰব শিশুক খোওৱাৰ সঠিক বয়স কি,কেতিয়া আৰু কেইবাৰকে খাব লাগে আৰু আন কি কি বেমাৰৰ পৰা বচাব পাৰে?
স্বাস্থ্যসন্মত ভাবে ওজন বহাবলৈ শিশুক কেনেধৰণৰ খাদ্য খুৱাব?#weightgainfoodforbabies
Просмотров 1 тыс.4 месяца назад
স্বাস্থ্যসন্মত ভাবে ওজন বহাবলৈ শিশুক কেনেধৰণৰ খাদ্য খুৱাব?#weightgainfoodforbabies
এটা বাস্তৱ অভিজ্ঞতা- ভূতপ্ৰেতৰ পৰা বাছিবলে গৰ্ভৱতী মহিলাই কি কৰে?
Просмотров 1,1 тыс.4 месяца назад
এটা বাস্তৱ অভিজ্ঞতা- ভূতপ্ৰেতৰ পৰা বাছিবলে গৰ্ভৱতী মহিলাই কি কৰে?
আপোনাৰ শিশুটিয়ে চাহ খাই ভাল পায় নেকি? Iron deficiency anaemia ৰ লগত চাহৰ সম্পৰ্ক কি ?#tea
Просмотров 1674 месяца назад
আপোনাৰ শিশুটিয়ে চাহ খাই ভাল পায় নেকি? Iron deficiency anaemia ৰ লগত চাহৰ সম্পৰ্ক কি ?#tea
What are the High Protein and calcium rich dry fruits? #dryfruits #proteinrichdryfruits
Просмотров 904 месяца назад
What are the High Protein and calcium rich dry fruits? #dryfruits #proteinrichdryfruits
আঘাতপ্ৰাপ্ত হোৱাৰ পিছত ৰাজহাড় বা নাৰ্ভৰ (Spinal cord/nerve) Injury হলে কেনেকৈ চিনাক্ত কৰিব?
Просмотров 4,7 тыс.5 месяцев назад
আঘাতপ্ৰাপ্ত হোৱাৰ পিছত ৰাজহাড় বা নাৰ্ভৰ (Spinal cord/nerve) Injury হলে কেনেকৈ চিনাক্ত কৰিব?
শিশুৱে মুৰত আঘাত পালে কি কৰিব?Danger sign কি কি? চিকিৎসালয়লে কেতিয়া নিব ? CT -scan কেতিয়া কৰিব লাগে?
Просмотров 3745 месяцев назад
শিশুৱে মুৰত আঘাত পালে কি কৰিব?Danger sign কি কি? চিকিৎসালয়লে কেতিয়া নিব ? CT -scan কেতিয়া কৰিব লাগে?
শিশুৱে আঘাত পালে /তেজ ওলালে এইকেইটা কাম কৰিব আৰু লগে লগে চিকিৎসালয়লৈ লৈ যাব 👉
Просмотров 2115 месяцев назад
শিশুৱে আঘাত পালে /তেজ ওলালে এইকেইটা কাম কৰিব আৰু লগে লগে চিকিৎসালয়লৈ লৈ যাব 👉
👉 নৱজাত শিশুক গা -ধোৱাওতে আৰু মালিচ কৰোতে এই কেইটা কথা মন কৰিব ।
Просмотров 3,3 тыс.5 месяцев назад
👉 নৱজাত শিশুক গা -ধোৱাওতে আৰু মালিচ কৰোতে এই কেইটা কথা মন কৰিব ।
গৰ্ভৱতী মহিলা সকলে শোৱা সময়ত আৰু শোৱাৰ পৰা উঠা সময়ত এই কেইটা ভুল নকৰিব🙏
Просмотров 13 тыс.5 месяцев назад
গৰ্ভৱতী মহিলা সকলে শোৱা সময়ত আৰু শোৱাৰ পৰা উঠা সময়ত এই কেইটা ভুল নকৰিব🙏
Very nice infarction madam Happy new year 2025 I am From assam Alwecs Give you inform
Happy new year ❤
Nice dear sis....muk subscribe korio diba❤
Mur suwali joni dar bosor hoise tai atiau mur gakhir khai vat nakhi ki korim
2 bosor pisot arai diba. Alop tasty ke bonai dibo
Moi bete 9 hol
❤
Baideu Mur lora to pori kpal khon fuli goisill atia Fula vall paise kinto tan hoi ase khei jaga khini plz baideu ki krim no mor sinta lagi ase koi diok na baideu plz plZ baideu
মেডাম,শিশুটো যদি এডাপচন কৰা হয় তেতিয়া কি খাব?
@@S.M.8439 FORMULA MILK after a paediatric doctor consultation.
1 year baby weight kimn hbo lage ru weight gain hbor babe ki khuam
@@PompiHazarika-tw9ii 9-12 kg
Mam 4 month holey ki ki khuwabo lage
@@rasnabaruah5735 Makar gakhir sufficient hole beleg aku nalage. Jidi mak or gakhir napay tetia formula milk dortor r advice mote khuwabo lage aru 6month hole solid food khuwabo pare.
❤❤❤
❤
Good suggestion.
Good❤
@@SumiBarhoi thanks
ৰাজহাড়ৰ ডিচ ভাগি সোমাই গৈছে। কি কৰিলে ভাল হয়। ক'বচোন।
Apunar video tu val lagile
New Born baby diaper pindhale kiba poblem hoba neki
বাইদেউ শিশুক মালিচ কৰিবৰ বাবে কি তেল ব্যৱহাৰ কৰিব লাগে জনাবচোন।
❤❤
❤❤
❤❤
❤DhuniyaVideoGood🥀
❤
Nice information
Mur baby jonmo houte 2k3g atiya28din hoise valdore GA dhuwaba parimne
Val lagil
Thank you
❤
❤️
Apuni kor hy,aeu apuni grainy doctor hoi ni ?
From nagaon .
Nohoy
কোন ভাষা?
❤
Bhai do apna number video
বাইদেউ, মোৰ শিশুটিৰ ১৬মাহ, যোৱা কালি খোজ কাঢ়ি থাকোঁতে টাইলচ্ ৰ মজিয়াত পৰি পিছ মূৰ ত আঘাত পাইছিল, আৰু ফোলিছীল,আইচ লগাইছিল আৰু বিষল্যকনী পাত, জেতুকা পাত পেষ্ট কৰি লগোৱাত এতিয়া ফোলাটো কমিল, আৰু কিবা কৰিব লাগিব নেকি? চিকিৎসক ৰ ওচৰত যাব লাগিব নেকি?
Good information
বৰ গুৰুত্বপূৰ্ণ দৰকাৰী ভিডীঅ দিলে। ধন্যবাদ
Very nice information
Informative video
Thanks
Good 👍
Thank you! Cheers!
Good...Keep it up👍👍👍
Thank you dada
👍
❤
❤
❤
Good information ba
Thanks
Tq baa
Informative video
Genius brain
Thakur Thakur
👍
Thanks
Val lagela
thanks
Important knowledge📚❤