Chandubi News
Chandubi News
  • Видео 225
  • Просмотров 68 824
মুদুকীত ফুটবল প্ৰতিযোগিতা
শিক্ষক দিৱস উপলক্ষে দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ মুদুকী জনজাতীয় হাইস্কুল খেলপথাৰত ফুটবল প্ৰতিযোগিতা। নগদ ধন পুৰস্কাৰৰ খালী ভৰিৰ ফুটবল প্ৰতিযোগিতাখন ৰাণীবাৰী আঞ্চলিক নৱ-যুৱক স্প’ৰ্টছ ক্লাৱে আয়োজন কৰিছিল।
Просмотров: 31

Видео

দক্ষিণ কামৰূপ জিলা ট্ৰাইবেল সংঘৰ অধিবেশন
Просмотров 13723 часа назад
দক্ষিণ কামৰূপ জিলা ট্ৰাইবেল সংঘৰ ৩৮তম ত্ৰি-বাৰ্ষিক অধিবেশন ১ ছেপ্টেম্বৰত গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ উপৰদানী তালুকৰ সভাগৃহত এদিনীয়া কাৰ্যসূচীৰে অনু্ষ্ঠিত হয় The 38th triennial session of the South Kamrup District Tribal Sangha was held on 1st September, 2024 at the meeting hall of Upardani Taluk of Rani adjoining Guwahati with a one-day programme
ভেৰভেৰী গাঁৱৰ শোচনীয় বাট-পথ
Просмотров 20День назад
ছয়গাঁও বিধান সভা সমষ্টিৰ ২নং ভেৰভেৰী গাঁৱৰ বাট-পথৰ শোচনীয় অৱস্থা। ভেৰভেৰী পলাশবাৰী সমষ্টিৰ কাষৰীয়া আৰু ঐতিহাসিক চানডুবি বিলৰ পৰা ৪ কিলোমিটাৰ দূৰৈত অৱস্থিত।
কৃষিক্ষেত্ৰত কাৰ্বি খেতিয়ক ।। Karbi Farmers in Agriculture Field
Просмотров 127День назад
পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ এক দূৰ্গম অঞ্চল। ৰাণী উন্নয়ন খণ্ডৰ অন্তৰ্গত পাহাৰীয়া অঞ্চলটোত বহুকেইখন জনজাতীয় গাঁও আছে। ৰাণী বজাৰৰ পৰা ১০ কিলোমিটাৰ দূৰত্বৰ পৰা পাহাৰীয়া অঞ্চলটোৰ গাঁও সমূহ আৰম্ভ হৈছে। ভিডিঅ’টোত ডুম’পাহাম নামৰ কাৰ্বি গাঁওখনৰ খেতিয়কসকলৰ দৃশ্য সংযোজন কৰা হৈছে। A remote area of West Guwahati Assembly Constituency. There are several Tribal villages in the hilly area under Rani Dev...
A Herd of Monkeys ।। কপিকূলৰ জাক
Просмотров 44День назад
কপিকূলৰো খাদ্য সংকট। ৰাণীৰ নালাপাৰাত কপিকূললৈ আগবঢ়োৱা খাদ্য খাই থকাৰ মুহুৰ্তত
SOLOKADARE WATER FALL // চলকাদাৰে জলপ্ৰপাত
Просмотров 14День назад
চলকাদাৰে প্ৰাণ চঞ্চল কৰা এটি জলপ্ৰপাত। দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ ঐতিহাসিক চানডুবি বিলৰ পৰা ৩ কিলোমিটাৰ দূৰৈৰ বাঢ়ৈগাঁৱত অৱস্থিত। এই জলপ্ৰপাতটি ৰাজাপাৰা-চানডুবি-ৰাণীখামাৰ পথৰ কাষত অৱস্থিত গীৰ্জা ঘৰৰ পৰা দুশ মিটাৰ দূৰৈত। It's a waterfall that stirs the soul. The Rabha Hasong Autonomous Council area in South Kamrup is located in Baroigaon, about 3 km from the historic Ch...
সীমান্তৰ দিশে এটি লুংলুঙীয়া পকীপথ
Просмотров 3114 дней назад
দক্ষিণ কামৰূপৰ ছয়গাঁও-উকিয়াম পথৰ কাষত অৱস্থিত জালুকবাৰী গাঁওখন। জনজাতি লোকে বসবাস উক্ত গাঁওখনৰ মূল চ'কটোৰ পৰা অসম-মেঘালয় সীমাৰ দিশে গুমগুমা নামৰ নতুন গাঁওখনলৈ যোৱা পথেৰে আমাৰ যাত্ৰা আৰম্ভ হৈছিল। @heirstravel@Travel & Events
দেওধনী নাচ // Deodhani Dance
Просмотров 7114 дней назад
দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ ৰঙামাটিৰ দূধখুড়া পাহাৰত অৱস্থিত শ্ৰীশ্ৰীদূধকুঁৱৰী পীঠত মাৰৈ পূজা। কামাখ্যা পীঠৰ সমসাময়িক দূধকুঁৱৰী পীঠত এইবাৰ মাৰৈ পূজা ১৭ আগষ্টৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছিল। প্ৰতিটো বৰ্ষত পীঠস্থানখনৰ মাৰৈ পূজাত দেওধনী নাচ প্ৰদৰ্শন কৰে। দেওধনী নাচ আশ্চাৰ্যজনক। পৰম্পৰাগতভাৱে চলি অহা পীঠস্থানখনৰ দেওধনী নাচত পুৰুষ-মহিলা উভয়ে অংশ গ্ৰহণ কৰে।
শিৱিৰ সামৰণি অনুষ্ঠান- ৩ ।। Camp Closing Ceremony- III
Просмотров 1428 дней назад
চানডুবি উৎসৱৰ ২০২২ বৰ্ষৰ শিৱিৰ সামৰণি অনুষ্ঠানৰ তৃতীয় অংশ। The Third Part of the 2022 camp closing ceremony of the Chandubi Festival
কাৰ্বি জনগোষ্ঠীৰ খেতিপথাৰ প্ৰস্তুতি
Просмотров 9528 дней назад
পশ্চিম গুৱাহাটী সমষ্টিৰ পাহাৰীয়া গাঁও নাৰলিংত কাৰ্বি জনগোষ্ঠীৰ লোক সকলে খেতিপথাৰ সমূহীয়াভাৱে কৰা প্ৰস্তুতিপৰ্ব Karbi Tribes prepare for the paddy fields in Narling a hilly village in West Guwahati constituency.
লুংখুং গাঁৱত সমূহীয়া কৃষিকাৰ্য
Просмотров 376Месяц назад
পশ্চিম গুৱাহাটী সমষ্টিৰ অসম-মেঘালয় সীমাৱৰ্তী লংখুং গাঁৱত ৫ আগষ্টত ৰাইজে সমূহীয়া কৃষিকাৰ্য সমাপন কৰা দৃশ্য
মৃত্যুমুখী কুটীৰ শিল্প
Просмотров 25Месяц назад
অসমৰ বাঁহ-বেতৰ কুটীৰ শিল্পক এই সকল চিৰ নমস্য ব্যক্তিয়ে জীয়াই ৰাখিছে
শিৱিৰ সামৰণি অনুষ্ঠান- ২ ।। Camp Closing Ceremony- II
Просмотров 46Месяц назад
চানডুবি উৎসৱৰ ২০২২ বৰ্ষৰ শিৱিৰ সামৰণি অনুষ্ঠানৰ দ্বিতীয় অংশ। The Second Part of the 2022 camp closing ceremony of the Chandubi Festival
খোপদিয়া ৰাজহুৱা কৃষিভূমিত কঠিয়া ৰোপণ ।। Paddy Planting
Просмотров 537Месяц назад
১ আগষ্টত দক্ষিণ কামৰূপৰ ৰাভা হাছং অধ্যুষিত চানডুবি পৰিষদীয় সমষ্টিৰ খোপদিয়া গাঁৱৰ ৰাইজৰ কৃষিভূমিত সমূহীয়াভাৱে কঠিয়া ৰোপণ কৰা দৃশ্য। A scene of a community planting of Paddy (kothia) on the agricultural land of the people of Khopdiya village of the Chandubi Council constituency dominated by Rabha Hasong in south Kamrup, on August 1, 2024
কৃষিজীৱি জনজাতিসকল
Просмотров 34Месяц назад
কৃষিজীৱি জনজাতিসকল
প্ৰাণচঞ্চল কৰা শাওণৰ খেতিপথাৰ
Просмотров 216Месяц назад
প্ৰাণচঞ্চল কৰা শাওণৰ খেতিপথাৰ
শিৱিৰ সামৰণি অনুষ্ঠান- ১ ।। Camp Closing Ceremony- I
Просмотров 164Месяц назад
শিৱিৰ সামৰণি অনুষ্ঠান- ১ ।। Camp Closing Ceremony- I
বৰষুণ বিচাৰি চানডুবিলৈ গৈছিলো
Просмотров 110Месяц назад
বৰষুণ বিচাৰি চানডুবিলৈ গৈছিলো
ৰাভা জনগোষ্ঠীৰ হাঁনাঘোঁৰা নৃত্য ।। HANAGHORA DANCE
Просмотров 1,3 тыс.Месяц назад
ৰাভা জনগোষ্ঠীৰ হাঁনাঘোঁৰা নৃত্য ।। HANAGHORA DANCE
ৰঙামাটিত হাতী-মানুহৰ সংঘাত
Просмотров 95Месяц назад
ৰঙামাটিত হাতী-মানুহৰ সংঘাত
অখ্যাত শিশুসকলৰ বিখ্যাত হোৱাৰ আখৰা নেকি
Просмотров 5Месяц назад
অখ্যাত শিশুসকলৰ বিখ্যাত হোৱাৰ আখৰা নেকি
ৰাভাসকলৰ ফাৰকান্তি নৃত্য ।। FARKANTI DANCE
Просмотров 1 тыс.Месяц назад
ৰাভাসকলৰ ফাৰকান্তি নৃত্য ।। FARKANTI DANCE
মাছ মাৰো আহ ঐ ।। FISHING
Просмотров 56Месяц назад
মাছ মাৰো আহ ঐ ।। FISHING
বৈজ্ঞানিক পদ্ধতিৰ নাৰ্চাৰীঃ প্ৰচুৰ ব্যৱসায়িক সম্ভাৱনা
Просмотров 92Месяц назад
বৈজ্ঞানিক পদ্ধতিৰ নাৰ্চাৰীঃ প্ৰচুৰ ব্যৱসায়িক সম্ভাৱনা
নগা জনগোষ্ঠীয় ডেন্স ।। NAGA TRIBE’S DANCE
Просмотров 5282 месяца назад
নগা জনগোষ্ঠীয় ডেন্স ।। NAGA TRIBE’S DANCE
লাইলুংখাম ।। LAILUNGKHAM
Просмотров 1722 месяца назад
লাইলুংখাম ।। LAILUNGKHAM
ৰাণী ক’চিং চেণ্টাৰৰ প্ৰতিষ্ঠা দিৱস
Просмотров 922 месяца назад
ৰাণী ক’চিং চেণ্টাৰৰ প্ৰতিষ্ঠা দিৱস
হাজং নৃত্য ।। Hajong Tribe Dance
Просмотров 2,1 тыс.2 месяца назад
হাজং নৃত্য ।। Hajong Tribe Dance
চানডুবি বিলৰ নৌকা ঘাট
Просмотров 392 месяца назад
চানডুবি বিলৰ নৌকা ঘাট
বগদোভা TO ৰাণীখামাৰ
Просмотров 552 месяца назад
বগদোভা TO ৰাণীখামাৰ

Комментарии