- Видео 27
- Просмотров 2 176 998
Debasish Bora
Добавлен 24 окт 2022
নমস্কাৰ সকলোলৈ।
এই চেনেলটোত আপোনালোকে, vlogs ৰ লগতে বিভিন্ন ধৰণৰ সামাজিক ঘটনাৰ বিশ্লেষণ চাবলৈ পাব। গতিকে subscribe কৰি ৰাখিব চেনেলটো।🙏
এই চেনেলটোত আপোনালোকে, vlogs ৰ লগতে বিভিন্ন ধৰণৰ সামাজিক ঘটনাৰ বিশ্লেষণ চাবলৈ পাব। গতিকে subscribe কৰি ৰাখিব চেনেলটো।🙏
নিশা আৰু বা পথাৰৰ মাজত/ বিয়াৰ বাবে বজাৰ কৰি শেষ হোৱাই নাই/youtube ৰ পৰা আমাৰ পৰিয়ালে কি পালো/
পৰী আৰু মই বিচাৰি ফুৰিছো বা আৰু নিশাক/ ৰাইজৰ পৰা আমাৰ পৰিয়ালে কি কি পালো/ প্ৰকৃত শিল্পীক জীয়াই ৰাখিব লাগিব #assamesevlogsvedio
Просмотров: 47 538
Видео
নিশা হস্পিতেলত কিয়?/ video এমাহে কিয় নিদিলো/ নিশা আৰু মই দেৰগাওঁৰ পাচলি বাৰীত
Просмотров 79 тыс.19 часов назад
ঘৰৰ সকলো বেমাৰত পৰিছিলো/ video এমাহে কিয় নিদিলো/ নিশা আৰু মই দেৰগাওঁৰ পাচলি বাৰীত #assamesevlogsvedio
আমাৰ বিয়াৰ মূল video টো। ছোৱালী আৰু দৰা ঘৰৰ দুয়োফালৰ ক্ষণখিনি
Просмотров 57 тыс.Месяц назад
আমাৰ বিয়াৰ মূল video টো। ছোৱালী আৰু দৰা ঘৰৰ দুয়োফালৰ ক্ষণখিনি
নিশা মামীয়ে পৰীক মৰম নকৰে বুলি প্ৰশ্ন /শাহু-বোৱাৰী খুব ফুৰিছে/মামাঘৰত ভাত খোৱাকৈ আহিলো ঘৰৰ সকলোসদস্য
Просмотров 140 тыс.Месяц назад
নিশা আৰু পৰীৰ মৰমবোৰ/শাহু-বোৱাৰী খুব ফুৰিছে/মামাঘৰত ভাত খোৱাকৈ আহিলো ঘৰৰ গোটেইকেইটি সদস্য #assamesevlogsvedio #assamesevlogs
উদয় দা বাক এৰি গুছি গল যদিও কেনেকৈ এখিনি মানুহ দি গল/ i20 খন খুন্দা খালে/ নিশা আৰু মই ক’ত ফুৰিছো
Просмотров 131 тыс.Месяц назад
উদয় দা বাক এৰি গুছি গল যদিও এখিনি মানুহ দি গল/ i20 খন কেনেকৈ খুন্দা খালে/ নিশা আৰু মই বিয়াৰ পিছত ক’ত ঘূৰি ফুৰিছো #assamesevlogsvedio
নিশাক নিলেহি মাকৰ ঘৰলৈ/মি আৰু নিশা আবেগিক হৈ পৰিল/ বা মই পৰী আৰু নিশাই লক্ষী পূজা বিহু বুলি
Просмотров 115 тыс.Месяц назад
নিশাক নিলেহি মাকৰ ঘৰলৈ/মি আৰু নিশা আবেগিক হৈ পৰিল/ বা মই পৰী আৰু নিশাই লক্ষী পূজা আৰু বিহু বুলি কি কি কৰিলো #assamesevlogsvedio
আমাৰ আঠমঙলা/ নিশাই কৰিলে vlog/ যোৱাবাৰৰ দূৰ্গা পূজাত নিশাক দিয়া কি আশা পূৰণ হল
Просмотров 140 тыс.Месяц назад
আমাৰ আঠমঙলা/ নিশাই কৰিলে vlog/ যোৱাবাৰৰ দূৰ্গা পূজাত নিশাক দিয়া কি আশা পূৰণ হল. #assamesevlogsvedio
বিয়াখন পাতিলো অবশেষত/ পিতৃ মাতৃৰ মৰমৰ ধুনুজনীক মোক গতালে বিশ্বাসত/দৰা কইনা হেঁপাহ পলুৱাই নাচিলো
Просмотров 129 тыс.Месяц назад
বিয়াখন পাতিলো অবশেষত/ পিতৃ মাতৃৰ মৰমৰ ধুনুজনীক মোক গতালে বিশ্বাসত/দৰা কইনা হেঁপাহ পলুৱাই নাচিলো #assamesevlogsvedio
জোৰণ আজি আমাৰ /আবেগিক হৈ পৰিলো/ ভালো লাগিছে অলপ ভয় ভয়ো লাগিছে/মায়ে ৰাতি সাবতি ধৰি থাকিল মোক
Просмотров 98 тыс.2 месяца назад
জোৰণ আজি আমাৰ /আবেগিক হৈ পৰিলো/ ভালো লাগিছে অলপ ভয় ভয়ো লাগিছে/মায়ে ৰাতি সাবতি ধৰি থাকিল মোক #assamesevlogsvedio
কিয় ইমান সোনকালে বিয়া পাতিব লগা হল/ বিয়াৰ পিছত সলনি হম বুলি বহুতৰ প্ৰশ্ন
Просмотров 90 тыс.2 месяца назад
কিয় ইমান সোনকালে বিয়া পাতিব লগা হল/ বিয়াৰ পিছত সলনি হম বুলি বহুতৰ প্ৰশ্ন #assamesevlogsvedio
নিশাৰ ঘৰত থকাকৈ আহিলো/ তাইক Doctor ওচৰ নিব লগা হল/নিশা আৰু মই প্ৰথম ক’ত লগ পাইছিলো চাও আহক #assam
Просмотров 102 тыс.4 месяца назад
নিশাৰ ঘৰত থকাকৈ আহিলো/ তাইক Doctor ওচৰ নিব লগা হল/নিশা আৰু মই প্ৰথম ক’ত লগ পাইছিলো চাও আহক #assam
বিদুৰভাই চাবলৈ যোৰহাটৰ ইলি পালোগৈ আমি/কেনেকুৱা হৈছে বিদুৰভাই/নিশাৰ কাৰণে কিবাকিবি ললো #assamesevlogs
Просмотров 29 тыс.4 месяца назад
বিদুৰভাই চাবলৈ যোৰহাটৰ ইলি পালোগৈ আমি/কেনেকুৱা হৈছে বিদুৰভাই/নিশাৰ কাৰণে কিবাকিবি ললো #assamesevlogs
নিশা আৰু মই দুয়োটাই আহিলো গুৱাহাটী/ ভবামতে সকলো কাম নহলগৈ/ বা আৰু পৰীলৈ আনিলো কি? #assamesevlogs
Просмотров 61 тыс.5 месяцев назад
নিশা আৰু মই দুয়োটাই আহিলো গুৱাহাটী/ ভবামতে সকলো কাম নহলগৈ/ বা আৰু পৰীলৈ আনিলো কি? #assamesevlogs
দেউতা আৰু মোৰ দুয়োটাৰে Fatty Liver/দেউতাৰ operation কৰিলো/ পুনৰ Dibrugarh যাব ললো যদিও ইচ্ছা নাছিল।
Просмотров 47 тыс.5 месяцев назад
দেউতা আৰু মোৰ দুয়োটাৰে Fatty Liver/দেউতাৰ operation কৰিলো/ পুনৰ Dibrugarh যাব ললো যদিও ইচ্ছা নাছিল।
পৰীৰ কাৰণে মামি আনিলো/নিশা আৰু মোৰ Court marriage/৭ বছৰীয়া প্ৰেম/কোন কোন আহিল! #assamesevlogs
Просмотров 82 тыс.5 месяцев назад
পৰীৰ কাৰণে মামি আনিলো/নিশা আৰু মোৰ Court marriage/৭ বছৰীয়া প্ৰেম/কোন কোন আহিল! #assamesevlogs
বিয়াখন ওচৰেই পালেহি/নিশাৰ কাপোৰ ললো/ নামঘৰলৈ উপহাৰ দিলো এটি বিশেষ বস্তু। #assamesevlogs
Просмотров 55 тыс.6 месяцев назад
বিয়াখন ওচৰেই পালেহি/নিশাৰ কাপোৰ ললো/ নামঘৰলৈ উপহাৰ দিলো এটি বিশেষ বস্তু। #assamesevlogs
মোৰ First vlog/ মোৰ পৰিচয়-মই কি কৰো/ উদয় দাৰ লগত সম্পৰ্ক কেনে আছিল/ পৰী আৰু বা’ক লৈ কি ভাবো!
Просмотров 127 тыс.6 месяцев назад
মোৰ First vlog/ মোৰ পৰিচয়-মই কি কৰো/ উদয় দাৰ লগত সম্পৰ্ক কেনে আছিল/ পৰী আৰু বা’ক লৈ কি ভাবো!
Tumalukor poriyal tu khub moromloga aru mur khub priyo hodai tmaluk bhle thke take kamona korilu hekhot porimanu le bht morom ❤ Tmalukor hubakankhi
Pore manu i love you❤.valkoi rkhiba.❤❤
Bohut bohut val lage apunalukr vedio sai dada ... Moi roi thaku vedio ketiya dibo buli pori manujoni bohut morom lage o... ❤❤❤❤❤
❤ vale thakok xodai
🙋🏻❤️❤️
তোমালোকৰ ভিডিও বোৰ চাই ভাল লাগে
Makok beya marise pori manuye😂😂 ki khong
Porir sulikhini valke kati dibasun agkhini tenekoi nakatiba
5:38.."kio tneke uliaiso"..... Kiba ata val lgil baa r kthakhini..
Tumalukor video bur Sai bohut val lage.
কেৱল নিজৰ ব্যক্তিগত জীৱনটো নেদেখুৱাই সমাজৰ অৰ্থাৎ নিজৰ গাওঁখনৰ মানুহৰ জীৱন,পৰিৱেশ,সংগ্ৰাম ইত্যাদিবোৰ যে দেখুৱাইছা সেয়ে ভাললাগে।তেখেতে বৰ সুন্দৰকৈ বাঁহী পৰিৱেশন কৰিছে।ভাললাগিল।ভালে থাকা বাবু।
Bhal lagil sai 🥰🥰🥰
❤❤❤❤bohut morom Nice family ❤❤❤❤
aponalokr aataike nijr poriyalr nisina lage
Vale thakok hokoloye ❤❤❤❤
ধুনীয়া পৰিয়াল ভাল লাগে ভিদিঅ বোৰ চাই,মই তিনিও জনৰ subscribar হওঁ ইয়া ফাৰ্ষ্ট কমেন্ত like সদায় কৰোঁ ❤❤
Val lagil
Uff scooty khnt gan gai jua moment tu 🥹
RCM r product use kore nki garit dekhilu
Vogobane hodai vale rakhok tumalukok🙏💓
ভাল লাগে তোমাৰ লোকৰ ভিদিও চাই।❤
Bowk hokt hoisa olp
Emn hohoj horol apunar kotha bur bor vl laga huni..hokolu vale thakok.pori ❤
সুন্দৰ পৰিয়াল❤❤❤
Bhut mrm hkluleke❤❤
Apunaluk Kumar mnuh nki
❤❤
❤Nice😊
❤❤❤😂
সকলোকে দেখি বহুত ভাল লাগিল,পৰীলৈ বহুত বহুত মৰম থাকিল।
You are such a perfect guy ❤
Khub bhal lagile sai 👌👌 pori manu le bohut morom dei❤❤❤❤ ru je bahia bonaire ki dhunia bojaise👏👏👏👏 thanks to u dekhuwar babe....moi ghy r pora dei
Bohut val lgil video 2 sai ❤manuhjne apunakukr video sai kandi thoka dekhi muru sokurpani ulai gol 😢upashana baa ru porik hodai moromere rakhibo♥️♥️♥️
ইমান ধুনীয়া বাঁহী বজাইছে ❤
পৰি গোসানী❤
Tumalukor hokoluloike mur morom aajibon thakibo.. N Porimanu... Lov u soo much❤❤❤❤❤❤
Vl lagil dei dada🎉
Apona lokour video sai vl laga pori manu ❤❤❤❤ kolija bour tagour hoi sa dai
❤❤ primnu
Apunalukar video sai val lage.
Jumi ba logot video eta bonabo
Aji tumak aru Ni kha k bojarot dekhisilu..
Aponalokor vdo sai Bor bhal lage ..Simple kotha barta ,suni thakile suniboloi mon Jai ..sadai kushole thakok 🙏🙏
Babu o tmalukr vedio sai bor abegik hoi jau jana
Babu daa vale ase family sobe
তোমালোকৰ ভিডিঅ'চাই বহুত ভাল লাগে। নিজৰ পৰিয়ালৰ দৰে অনুভৱ হয়।পৰীলৈ বহুত বহুত মৰম দিলোঁ দেই, কুশলে থাকা ❤️❤️❤️
New subscriber dada❤emn besi moromiyal xokolu❤😊😊pori manu 😘😘
Tumaluk sokoluke log pai bohut val lagil...
Nice family. Form Guwahati
Bhout bhout val lage Sai tumalukor video bur.
Apunar video hodai vl lage dada 👍. Pori a maa kok dekhi pura hahise 😊. Khogu beleg uthe pori r suli beleg style t jukarise maa kor 😅😅.