Bhakti Mahasagar
Bhakti Mahasagar
  • Видео 10
  • Просмотров 66 480

Видео

bhagawat Path l ভাগৱত ব্যাখ্যা l ব্যাখ্যাতকাৰ ৰন্টু শইকীয়া l এটি সুমধুৰ ব্যাখ্যা
Просмотров 563Месяц назад
bhagawat Path l ভাগৱত ব্যাখ্যা l ব্যাখ্যাতকাৰ ৰন্টু শইকীয়া l এটি সুমধুৰ ব্যাখ্যা your queries :- bhagawat path bhagawat path Rantu Saikia assamese bhagawat path ভাগৱত ব্যাখ্যা ভাগৱত ব্যাখ্যা ৰন্টু শইকীয়া অসমীয়া ভাগৱত পাঠ follow me www.instagram.com Bipul. Saikia. 547
ভাগৱত ব্যাখ্যা l ড০ পীতাম্বৰ দেৱগোস্বামী
Просмотров 41 тыс.4 месяца назад
ভাগৱত ব্যাখ্যা l ড০ পীতাম্বৰ দেৱগোস্বামী your queries :- bhagawat path assamese bhagawat path ভাগৱত ব্যাখ্যা ভাগৱত ব্যাখ্যা পীতাম্বৰ দেৱগোস্বামী follow me:- www.instagram.com Bipul. Saikia. 547
bhagawat path l ভাগৱত ব্যাখ্যা l Anil Tanti
Просмотров 1364 месяца назад
bhagawat path l ভাগৱত ব্যাখ্যা l Anil Tanti your queries :- bhagawat path bhagawat path Anil Tanti bhagawat path assamese bhagawat path pranjit gogoi ভাগৱত ব্যাখ্যা ভাগৱত ব্যাখ্যা অনিল তান্ত্ৰি follow me www.instagram.com bipul. saikia.547
bhagawat path l প্রানজিৎ গগৈ
Просмотров 10 тыс.5 месяцев назад
bhagawat path l প্রানজিৎ গগৈ your queries :- bhagawat path bhagawat path pranjit gogoi assamese bhagawat path ভাগৱত ব্যাখ্যা follow me :- www.instagram.com bipul.saikia.547
bhagawat path l ভাগৱত ব্যাখ্যা l ব্যাখ্যাতকাৰ অনিল তান্তি
Просмотров 6055 месяцев назад
bhagawat path l ভাগৱত ব্যাখ্যা l ব্যাখ্যাতকাৰ অনিল তান্তি your queries :- bhagawat path bhagawat path Anil tanti anil tanti assamese bhagawat path ভাগৱত ব্যাখ্যা follow me :- www.instagram.com bipul. saikia. 547
bhagawat path। ভাগৱত ব্যাখ্যা । প্রাণজিৎ গগৈ l কৃষ্ণ নাম আশ্ৰয় ললে কি লাভ হয়
Просмотров 6 тыс.7 месяцев назад
bhagawat path। ভাগৱত ব্যাখ্যা । প্রাণজিৎ গগৈ l কৃষ্ণ নাম আশ্ৰয় ললে কি লাভ হয় your queries :- bhagawat path bhagawat path assamese bhagawat path parnjit gogoi bhagawat patha jagat baniya ভাগৱত ব্যাখ্যা ভাগৱত পাঠ ভাগৱত পাঠ প্রাণজিৎ গগৈ your queries :-
Bhagawat Path l ভাগৱত ব্যাখ্যা l অনিল তাঁতী
Просмотров 1 тыс.8 месяцев назад
Bhagawat Path l ভাগৱত ব্যাখ্যা l অনিল তাঁতী your queries :- Bhagawat Path bhagawat path assamese bhagawat path prajit gogoi bhagawat path anil tate ভাগৱত পাঠ ভাগৱত ব্যাখ্যা ভাগৱত ব্যাখ্যা অনিল তাঁতী ভাগৱত ব্যাখ্যা প্রানজিৎ গগৈ follow me :- www.instagram.com
bhagawat path l ভাগৱত ব্যাখ্যা l প্রাণজিৎ গগৈ l কৃষ্ণ নাম আশ্ৰয় ললে কি লাভ হয়
Просмотров 7 тыс.9 месяцев назад
bhagawat path l ভাগৱত ব্যাখ্যা l প্রাণজিৎ গগৈ l কৃষ্ণ নাম আশ্ৰয় ললে কি লাভ হয় your queries :- bhagawat path bhagawat path assamese bhagawat path pranji gogoi bhagawat path jagat baniya ভাগৱত ব্যাখ্যা ভাগৱত পাঠ ভাগৱত পাঠ প্রাণজিৎ গগৈ y
শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্র l my first travel video l my traveling vlog l dimpu
Просмотров 46Год назад
শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্র l my first travel video l my traveling vlog l dimpu শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্র l my first travel video l my traveling vlog l dimpu your queries :- my first travel video my traveling vlog my travel video my first video travel RUclips my travel vlog by bus my travel view my travel vlog channel my travel support my travel blog my travel adda my travel vlog di...

Комментарии

  • @asomiaasom6008
    @asomiaasom6008 3 дня назад

    আদৰ্শহীন মুলচ্চেদ ভণ্ডামী সত্ৰাধিকাৰ ।কাম নাই

  • @bhaskarneog5162
    @bhaskarneog5162 10 дней назад

    Nomu narayana 🙏

  • @binadutta4649
    @binadutta4649 11 дней назад

    কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏

  • @anjumanisonowal2784
    @anjumanisonowal2784 11 дней назад

    গুৰুজনাৰ চৰনত সেয়া জনালো কৃষ্ণ কৃষ্ণ প্ৰভূ

  • @bhaskarneog5162
    @bhaskarneog5162 13 дней назад

    নমো নাৰায়ণ 🙏

  • @PrafullaBorah-og7zn
    @PrafullaBorah-og7zn 16 дней назад

    Kißhñaprovu

  • @ushamonisingh7477
    @ushamonisingh7477 17 дней назад

    Krishna Ram , bohut val lagile

  • @digambardeka5677
    @digambardeka5677 17 дней назад

    Krishna Krishna

  • @sumitradeka3599
    @sumitradeka3599 20 дней назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏

  • @user-fv6bk6tv6o
    @user-fv6bk6tv6o 23 дня назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏❤

  • @ratulbora5510
    @ratulbora5510 25 дней назад

    Kirsno kirsno❤❤

  • @arpanagogoi8434
    @arpanagogoi8434 27 дней назад

    কৃষ্ণ কৃষ্ণ প্ৰভু

  • @bitulphukan6914
    @bitulphukan6914 27 дней назад

    ভকতৰ নামহে মালা আপুনি আকৌ কি মালা পিন্ধিছে অলপ বুজাই দিব | এক শ্রেণী মানুহে নিজকে উচ্চ জাতি বুলি ভাবি থাকে ভাগৱতে প্রকৃততে সেইটো কৈছে জানো অলপ বুজাই দিয়ক | কোনে শৰণ ভজন সৃষ্টি কৰিলে সেই বিষয়েও কব লাগে | গুৰু প্রকৃততে কোন সেই বিষয়ে কব লাগে | শংকৰদেৱৰ ওপৰতো কব লাগে অকল গুৰু গুৰু বুলি কলে হব জানু কলেহে হব |

    • @bitulphukan6914
      @bitulphukan6914 27 дней назад

      শৰণৰ আচল অৰ্থ আপুনি কোৱাটো হয়জানু প্রভু | শৰণৰ আচল অৰ্থটো আপুনি কোৱা নাই যিবিলাক কৈছে এইবিলাক হৰণ প্রকৃত হৰণ নহয় | অন্য দেৱ দেবীক পূজা অৰ্চনা নকৰি এক কৃষ্ণত আশ্রয় গ্রহণ কৰাকহে প্রকৃততে শৰণ বোলে |

  • @Tate618
    @Tate618 28 дней назад

    সেৱা জনালোঁ কৃষ্ণ ৰাম 🙏🏻🙏🏻

  • @probinhazarika7899
    @probinhazarika7899 28 дней назад

    কৃষ্ণ কৃষ্ণ, সেৱা জনাইছোঁ প্ৰভূ ।

  • @amalkumardas8748
    @amalkumardas8748 29 дней назад

    কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @sumitraDowarah-d7q
    @sumitraDowarah-d7q Месяц назад

    প্ৰভু নমস্কাৰ

  • @minakshideka1470
    @minakshideka1470 Месяц назад

    Krishna krishna ram ram

  • @dipumonibora4088
    @dipumonibora4088 Месяц назад

    কৃষ্ণ কৃষ্ণ

  • @malabikadevi7136
    @malabikadevi7136 Месяц назад

    🙏🙏🙏

  • @pradipgogoi3182
    @pradipgogoi3182 Месяц назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ গুৰুজনাৰ ভাগৱতৰ বাখ্যা শুনি বহুতো ভাল লাগিল 🙏🙏🙏।

  • @amiyaborah9344
    @amiyaborah9344 Месяц назад

    🙏 গুৰুদেৱ।

  • @jungogoiyoutubechannel892
    @jungogoiyoutubechannel892 Месяц назад

    কৃষ্ণ কৃষ্ণ প্ৰভূ আশীৰ্বাদ কৰিব।

  • @KusumBora-ni7qq
    @KusumBora-ni7qq Месяц назад

    Krishna ram

  • @juntisonowal9390
    @juntisonowal9390 Месяц назад

    Jay shree krishna 🙏🏻🙏🏻🙏🏻🙏🏻

  • @sanjibbora1789
    @sanjibbora1789 Месяц назад

    সঁচাকৈ বৰ মনোমোহা এই অনুষ্ঠান ,আমাৰ গাঁৱলীয়া সমাজত এই অনুষ্ঠান হৰিৰ গৃহত টিভি , এল চি দি মাধ্যমেৰে আমাৰ সমাজত দেখুৱাতো অতিকে বাঞ্চনীয়। ভোজনী আৰু ডাইল বনাবলৈ প্ৰসাদৰ আশাত নাম,পাঠ গোৱা বৈষ্ণৱ সকলে অনুষ্ঠানৰ শেষত লোকৰ কথা চোবাই থাকে অৰ্থাৎ কোন কত যাই কোনে কত খালে ইত্যাদি।সেয়ে এই অনুষ্ঠান বোৰ ৰ আমাৰ সমাজত প্ৰাসংগিকতা অতিকে দৰকাৰ।

  • @user-tf3wc9et3r
    @user-tf3wc9et3r Месяц назад

    Krishna

  • @user-dn7ot6yb5m
    @user-dn7ot6yb5m Месяц назад

    ❤Prabhu.bahut.bhal.lagil.hundar.atihundar.

  • @anjumanisonowal2784
    @anjumanisonowal2784 Месяц назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ

  • @DonKelar123
    @DonKelar123 Месяц назад

    Krishna 🙏🙏🙏🙏 Krishna probhu t

  • @arbindabora4908
    @arbindabora4908 Месяц назад

    Thank you

  • @nikharani-gr1lx
    @nikharani-gr1lx Месяц назад

    প্রভূ ধন্যবাদ

  • @santanukaushikborah5142
    @santanukaushikborah5142 Месяц назад

    গুৰু তোমাৰ শ্ৰী চৰনত আমি প্ৰনিপাত জনাইছো । আমাৰ পৰম ভাগ্য তোমাৰ শ্ৰী চৰনত আমি ঈশ্বৰমূখী শৰন লোৱাৰ সুযোগ পালো । কৃষ্ণ প্ৰভূ আমাক জন্ম জন্মান্তৰে তুমি কৃপা দৃষ্টি বৰিষন কৰিবা ।জয় শ্ৰী শ্ৰী গোবিন্দ মহাপ্ৰভূৰ ।।

  • @jayantachetia4488
    @jayantachetia4488 Месяц назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ ঢৰণ কমলত সহস্ৰ প্ৰণাম এই সময়ত আপোনা লোক ৰ ভক্তি বাণী অতি প্ৰায়োজন সেৱা প্ৰভূ।

  • @anilkumarchetia1816
    @anilkumarchetia1816 Месяц назад

    Probhu jonak xotokuti pronam .

  • @daisyrabha2343
    @daisyrabha2343 Месяц назад

    Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 Krishna🙏🙏🙏🙏

  • @Shua_098
    @Shua_098 Месяц назад

    Ahak ami guru janar Charan komalat heya nibedon kori ,gurujanar hundar kothabur bastava jebanat bibahar kori amar hamajar hoke Kam koru. Krishna Krishna Krishna Krishna Krishna....

  • @bireswarsonowal7221
    @bireswarsonowal7221 Месяц назад

    Krishna Krishna Krishna Ram RamRam

  • @tulikabarua2838
    @tulikabarua2838 Месяц назад

    কৃষ্ণ কৃষ্ণ প্ৰভু, সেৱা জনালো 🙏🙏🙏

  • @hemkantihazarika9531
    @hemkantihazarika9531 Месяц назад

    জয় শ্ৰীকৃষ্ণ জয় শ্ৰীৰাম সকলোকে উদ্ধাৰ কৰক ❤❤❤🙏🏻🙏🏻🙏🏻

  • @Request_motivation
    @Request_motivation Месяц назад

    কৃষ্ণ বাপ

  • @padmadutta3158
    @padmadutta3158 Месяц назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @user-it2qo5zz8m
    @user-it2qo5zz8m Месяц назад

    🙏🙏🙏🙏🙏

  • @smritirekhaborah9936
    @smritirekhaborah9936 Месяц назад

    শ্ৰীগোৱিন্দ মহা প্ৰভুৰ চৰণত, সত্ৰাধিকাৰ গুৰু জনাৰ চৰণত ভক্তিভৰা সেৱা জনালোঁ। - - - জাতীয় চেতনা।

  • @dr.gokulbaruah7690
    @dr.gokulbaruah7690 Месяц назад

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ🙏🙏🌄

  • @bhaskarneog5162
    @bhaskarneog5162 Месяц назад

    Krishna 🙏

  • @ranudas4561
    @ranudas4561 Месяц назад

    কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ কণ্ঠেৰে আধ্যাত্মিক তত্ত্ব শ্ৰৱণ কৰিবলৈ সক্ষম হৈছোঁ প্ৰভু 🙏🙏🙏

  • @manashipathak1810
    @manashipathak1810 Месяц назад

    বাঁহীৰ সূৰটো কমাই দিব নোৱাৰিনে বাৰু।কৃষ্ণ

  • @user-sv6fm6dx7n
    @user-sv6fm6dx7n Месяц назад

    Apuni mohapurukh buli koi kintu guru buli abaru nokoi kiya

    • @bobitasaikia7980
      @bobitasaikia7980 Месяц назад

      আমাৰ গুৰু শঙ্কৰদেৱক তেওঁলোকে গুৰু বুলি নামানে।

    • @smritirekhaborah9936
      @smritirekhaborah9936 Месяц назад

      আপুনি শ্ৰীমন্তশঙ্কৰদেৱক গুৰু বুলি কৈ গুৰুজনাৰ উপদেশ কিমান পালন কৰিব পাৰিছে? তেৰাক কেৱল গুৰু বুলি মুখেৰে কলেই হ'ব নে। সত্ৰাধিকাৰ প্ৰভুৱে অন্তৰত গুৰু মানি লৈ এই মহা তাৎপৰ্যপূৰ্ণ পৰম উপকৃত ব্যাখ্যা উপস্থাপন কৰিছে যদি? শৰণ-ভজন কেৱল শঙ্কৰদেৱ গুৰু জনাই প্ৰৱৰ্তন কৰি যোৱা। তাকেই সত্ৰাধিকাৰ সকলে ৰাইজৰ মাজত প্ৰচাৰ কৰা মানে কি? কেৱল সঁচাই -মিছাই গুৰু বুলি কবই লাগিব নেকি? - - - জাতীয় চেতনা

  • @user-sv6fm6dx7n
    @user-sv6fm6dx7n Месяц назад

    Apunar guru sankardev hoina