- Видео 335
- Просмотров 799 034
Mridula Entertainment
Индия
Добавлен 21 июн 2021
প্ৰিয়
দৰ্শকসকল মোৰ Channel Mridula Entertainment লৈ স্বাগতম জনাইছো 🙏 । মোৰ এই চেনেলটোৰ জৰিয়তে সকলো দৰ্শক মোৰ শুভাকাংক্ষী সকলোকে মই মনোৰঞ্জন দিয়াৰ কাৰণে চেষ্টা কৰিছো। আৰু চেনেলটো আগুৱাই যোৱাত সামান্য প্ৰয়াস কৰিছো । মোৰ সকলো ভাললগা বিয়ানাম, দিহানাম, বিহু নাম সকলো ধৰণৰ মনোৰঞ্জন দিবলৈ চেষ্টা কৰিছো । ইয়াতে হয়তো কিছু ভুল ত্ৰুটি হ'ব পাৰে শুধৰাই দিয়া আৰু মোৰ Video সমুহ চোৱাৰ বাবে Mridula Entertainment ৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা জনাইছো 🙏 লগতে অনুৰোধ কৰিছো Channel টো Subscribe কৰিব like Comment কৰি জনাব আৰু এটা অনুৰোধ থাকিল Video সমুহ Share কৰিব 🙏

দৰা বিয়ানাম/লৰালিকালত প্ৰেম ভালপোৱা প্ৰত্যাখান কৰা সকলৰ বাবে🤗Assamese wedding dora biya Naam❤️
দৰা বিয়ানাম/লৰালিকালত প্ৰেম ভালপোৱা প্ৰত্যাখান কৰা সকলৰ বাবে🤗Assamese wedding dora biya Naam❤️
Просмотров: 51
Видео
হ'ব বাৰু দেউতা নাৰাখা ঘৰত😫ভাত খাবৰ সময়ত পৰিব মনত😫দেউতাকৰ ওচৰত জীয়েকৰ দুখ লগা অনুৰোধ😫wedding song
Просмотров 4124 часа назад
হ'ব বাৰু দেউতা নাৰাখা ঘৰত😫ভাত খাবৰ সময়ত পৰিব মনত😫দেউতাকৰ ওচৰত জীয়েকৰ দু লগা অনুৰোধ😫wedding song
টোলনী বিয়ানাম😀Tuloni Biya Naam/assamese wedding folk song ❤️
Просмотров 9649 часов назад
টোলনী বিয়ানাম😀Tuloni Biya Naam/assamese wedding folk song ❤️
বিয়ানাম/যিদিনাই ভাইটি তই টেলিগ্ৰাম পাবি😫তুৰন্তে আহি তই এবাৰ মোক চাবি😭শুনিলে উচুপি কান্দিব😫BiyaNaam
Просмотров 1,3 тыс.14 часов назад
বিয়ানাম/যিদিনাই ভাইটি তই টেলিগ্ৰাম পাবি😫তুৰন্তে আহি তই এবাৰ মোক চাবি😭শুনিলে উচুপি কান্দিব😫BiyaNaam
অতি দুখ লগা#দৰাবিয়ানাম😫লোকৰ এজনী ছোৱালী স্বামীগৃহত সোমোৱাৰ পিছত ল'ৰা বেয়া হ'লে মা কি হয়😫Wedding
Просмотров 1,2 тыс.19 часов назад
অতি দু লগা#দৰাবিয়ানাম😫লোকৰ এজনী ছোৱালী স্বামীগৃহত সোমোৱাৰ পিছত ল'ৰা বেয়া হ'লে মা কি হয়😫Wedding
বিয়ানাম/বিবাহ সম্ভৱা ছোৱালীয়ে শিকিব লগা কইনা ঘৰৰ বিয়ানাম/শুনিলে কান্দিব😫Assamese wedding song
Просмотров 838День назад
বিয়ানাম/বিবাহ সম্ভৱা ছোৱালীয়ে শিকিব লগা কইনা ঘৰৰ বিয়ানাম/শুনিলে কান্দিব😫Assamese wedding song
দৰা বিয়ানাম/কইনা বিয়াতকৈও দুখ দায়ক😭শুনিলে উচুপি কান্দিব😫বিয়া পাতিলে লৰাবোৰ কি হয়/wedding song
Просмотров 1,8 тыс.День назад
দৰা বিয়ানাম/কইনা বিয়াতকৈও দু দায়ক😭শুনিলে উচুপি কান্দিব😫বিয়া পাতিলে লৰাবোৰ কি হয়/wedding song
জন্মদাত্ৰী ছোৱালী জনী উলিয়াই দিয়াৰ পিছত মা দেউতাৰ মৃত্যুৰ সময়তো দেখিবলৈ নাপায়😫হৃদয়স্পৰ্শী😫😭
Просмотров 98114 дней назад
জন্মদাত্ৰী ছোৱালী জনী উলিয়াই দিয়াৰ পিছত মা দেউতাৰ মৃত্যুৰ সময়তো দেখিবলৈ নাপায়😫হৃদয়স্পৰ্শী😫😭
ছোৱালীৰ দুখত দেউতাকো দুখী😫তথাপি ঘৰলৈ নাহিবা গুছি😫অতি দুখ লগা বিয়ানাম/Assamese wedding song
Просмотров 12 тыс.14 дней назад
ছোৱালীৰ দুখত দেউতাকো দুখী😫তথাপি ঘৰলৈ নাহিবা গুছি😫অতি দু লগা বিয়ানাম/Assamese wedding song
#বিয়াত পানী টোলা নাম/Assamese wedding song pani tula naam❤️
Просмотров 48814 дней назад
#বিয়াত পানী টোলা নাম/Assamese wedding song pani tula naam❤️
#দৰা বিয়ানাম/শুনিলে বুকু কপি উঠিব😫মা দেউতাক শান্তিত ৰাখিবলৈ ল'ৰাক দিয়া বুজনি/wedding song dorabiya
Просмотров 1,2 тыс.14 дней назад
দৰা বিয়ানাম। সচাকৈ শুনিলে বুকু কপি উঠিব। ল'ৰা এটা জন্ম দিয়াৰ পিছত ডাঙৰ দীঘল কৰি পঢ়াই শুনাই উপযুক্ত বয়সত বিয়া পাতি দিয়ে। যদি কেনেবাকৈ বৃদ্ধাৱস্থাত মাক দেউতাকক আওকাণ কৰি , মনোকষ্ট দি নিজৰ সংসাৰৰ লগত ব্যস্ত হৈ থাকে
#শৰাই খোৱা বিয়ানাম😀😀Assamese wedding folk song ❤️ অসমীয়া বিয়ানাম
Просмотров 77321 день назад
#শৰাই খোৱা বিয়ানাম😀😀Assamese wedding folk song ❤️ অসমীয়া বিয়ানাম
বিয়ানাম/ৰাতি দোভাগ নিশা বিনাব কুলি বাইদেউয়ে কান্দিব মা মা বুলি😫বহুত দুখলগা😭Assamese wedding song
Просмотров 3,2 тыс.21 день назад
বিয়ানাম/ৰাতি দোভাগ নিশা বিনাব কুলি বাইদেউয়ে কান্দিব মা মা বুলি😫বহুত দুখলগা😭Assamese wedding song
কন্যা সন্তানৰ পিতৃ- মাতৃসকলে এই বিয়ানাম দুফাঁকি শুনিলে মুচকচ যাব😫অসমীয়া বিয়ানাম/Assamese wedding
Просмотров 1,3 тыс.21 день назад
অসমীয়া বিয়ানাম/অতি দু লগা বিয়ানাম/মাক দেউতাকৰ বুকুৰ মাজৰ পৰা এজনী ছোৱালী চিৰদিনৰ বাবে উলিয়াই দিয়াৰ বেদনা কিমান কষ্টকৰ সেইয়া এই বিয়ানাম ফাকিত প্ৰকাশ পাইছে। সময়ৰ গতিত জনমানসত হেৰাই যাব ধৰা পৰম্পৰাগত অসমীয়া সংস্কৃতিৰ বিবাহ পদ্ধতিৰ পৰম্পৰাগত বিয়ানাম সমুহ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ মাজত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অকনমান প্ৰয়াস কৰিছো । অজানিতে কোনোবাখিনিত যদি ভূল ভ্ৰান্তি হয় আপোনালোকে আঙুলি...
শোকে খুন্দা মাৰি ধৰা😫অসমীয়া বিয়ানাম😫শুনিলে বুকুখন বিষাই উঠিব😫Assamese wedding#viralvideo#tradition
Просмотров 56528 дней назад
শোকে খুন্দা মাৰি ধৰা😫অসমীয়া বিয়ানাম😫শুনিলে বুকুখন বিষাই উঠিব😫Assamese wedding#viralvideo#tradition
অসমীয়া বিয়ানাম/খুব ভাল লগা কইনা কাষত বহি গোৱা বিয়ানাম/Assamese wedding folk song koina biya Naam
Просмотров 953Месяц назад
অসমীয়া বিয়ানাম/খুব ভাল লগা কইনা কাষত বহি গোৱা বিয়ানাম/Assamese wedding folk song koina biya Naam
টোলনী বিয়ানাম❤️Assamese rituals that a girl needs to perform after attaining puberty🤗
Просмотров 341Месяц назад
টোলনী বিয়ানাম❤️Assamese rituals that a girl needs to perform after attaining puberty🤗
#Biyanaam/বিয়া দি দেউতা মোক মাৰিলা ভাগৰ😫ৰাখিবানে দেউতা আৰু দুবছৰ🙏 দুখলগা বিয়ানাম😭Assamese wedding
Просмотров 1,1 тыс.Месяц назад
#Biyanaam/বিয়া দি দেউতা মোক মাৰিলা ভাগৰ😫ৰাখিবানে দেউতা আৰু দুবছৰ🙏 দুখলগা বিয়ানাম😭Assamese wedding
BiyaNaam/উকা উকা চেঁচা কিবা যেন নাই মাতৃ অন্তৰে উচুপি যাই😫শুনিলে কান্দিব লাগিব😭Assamese wedding
Просмотров 1,5 тыс.Месяц назад
BiyaNaam/উকা উকা চেঁচা কিবা যেন নাই মাতৃ অন্তৰে উচুপি যাই😫শুনিলে কান্দিব লাগিব😭Assamese wedding
জোৰানাম/দৰা আহি কলৰ তলত ৰৈ থাকোতে দৰা আৰু দৰা ধৰা থকা সৰকা😃🤗Assamese wedding song jura naam😃
Просмотров 716Месяц назад
জোৰানাম/দৰা আহি কলৰ তলত ৰৈ থাকোতে দৰা আৰু দৰা ধৰা থকা সৰকা😃🤗Assamese wedding song jura naam😃
#শুনিলে কান্দিব লাগিব 😫 bride crying at Wedding assamese song/Assamese wedding
Просмотров 750Месяц назад
#শুনিলে কান্দিব লাগিব 😫 bride crying at Wedding assamese song/Assamese wedding
এই বিয়ানাম ফাকি শুনিলে উচুপি কান্দিব😫এগৰাকীনাৰীয়ে দাম্পত্য জীৱনত কি কি সন্মুখীন হয়😫Real sad song
Просмотров 1,1 тыс.Месяц назад
এই বিয়ানাম ফাকি শুনিলে উচুপি কান্দিব😫এগৰাকীনাৰীয়ে দাম্পত্য জীৱনত কি কি সন্মুখীন হয়😫Real sad song
বুকু বিষাই যোৱা বিয়ানাম😫শুনিলে সকলো জন্মদাত্ৰী মাতৃয়েই কান্দিব😫Assamese wedding biyanaam😫
Просмотров 1,5 тыс.Месяц назад
বুকু বিষাই যোৱা বিয়ানাম😫শুনিলে সকলো জন্মদাত্ৰী মাতৃয়েই কান্দিব😫Assamese wedding biyanaam😫
বিয়ানাম দুফাঁকি গাওঁতে মই কান্দিলো😫শুনিলে আপুনিও উচুপি কান্দিব😫বৰ দুখ লগা বিয়ানাম😫Assamese wedding
Просмотров 1,3 тыс.Месяц назад
বিয়ানাম দুফাঁকি গাওঁতে মই কান্দিলো😫শুনিলে আপুনিও উচুপি কান্দিব😫বৰ দু লগা বিয়ানাম😫Assamese wedding
বিয়ানাম/জোৰোনৰ নাম/ 5 টা সুৰত 5 ফাকি/শুনিলে কান্দিব লাগিব😫Assamese wedding song jurun biyanaam😫
Просмотров 1 тыс.Месяц назад
বিয়ানাম/জোৰোনৰ নাম/ 5 টা সুৰত 5 ফাকি/শুনিলে কান্দিব লাগিব😫Assamese wedding song jurun biyanaam😫
ধনটেৰাছত অন্যান্য বস্তু কিনাৰ লগতে কি দুবিধ বস্তুৱে কৌৰপতি কৰিব/সম্পত্তি 13 গুনলৈ🙉Dhanteras 2024
Просмотров 85Месяц назад
ধনটেৰাছত অন্যান্য বস্তু কিনাৰ লগতে কি দুবিধ বস্তুৱে কৌৰপতি কৰিব/সম্পত্তি 13 গুনলৈ🙉Dhanteras 2024
অতি দুখ লগা হৃদয়স্পৰ্শী #বিয়ানাম😫শুনিলে কলিজা ফাটি যোৱা যেন লাগে😫Assamese wedding song biyanaam😫😭
Просмотров 3,2 тыс.Месяц назад
অতি দু লগা হৃদয়স্পৰ্শী #বিয়ানাম😫শুনিলে কলিজা ফাটি যোৱা যেন লাগে😫Assamese wedding song biyanaam😫😭
অত্যন্ত বেদনাদায়ক #বিয়ানাম😫দুৰ্বল মনৰ পিতৃ-মাতৃয়ে শুনিলে চিঞঁৰি কান্দিব😭Assamese biyanaam😫😭
Просмотров 1,9 тыс.Месяц назад
অত্যন্ত বেদনাদায়ক #বিয়ানাম😫দুৰ্বল মনৰ পিতৃ-মাতৃয়ে শুনিলে চিঞঁৰি কান্দিব😭Assamese biyanaam😫😭
জীৱনত কোনোদিন দুখ অনুভৱ নকৰা লোকেও এই বিয়ানাম 4 ফাকি শুনিলে বুকু ভুকুৱাই কান্দিব😫/Assamese bianaam
Просмотров 2,8 тыс.Месяц назад
জীৱনত কোনোদিন দু অনুভৱ নকৰা লোকেও এই বিয়ানাম 4 ফাকি শুনিলে বুকু ভুকুৱাই কান্দিব😫/Assamese bianaam
তুলসীৰ নাম/কাতি মাহত তুলসীৰ তলত গোৱা তুলসীৰ নাম/Dihanaam/দিহানাম 🙏🙏
Просмотров 393Месяц назад
তুলসীৰ নাম/কাতি মাহত তুলসীৰ তলত গোৱা তুলসীৰ নাম/Dihanaam/দিহানাম 🙏🙏
Val.ligil❤❤❤❤❤
, বহুত দুখ লাগিল
দুখ লগা
🙏🙏👍
ভাল লগিল
🙏🙏
ভাল লাগিল
🙏🙏
বহুত বহুত কান্দিলো
😫😫😫🙏
Bhutdhuk lagil
🙏🙏
Vaal haise
🙏🙏
অতি সুন্দৰ ❤বহুত দুখ লাগিল 😢😢❤
🙏🙏
আচলতে আপোনাৰ হে শুদ্ধ হৈছে বিয়া নামৰ সুৰ টো। আজিকালি গানৰ সুৰত গায় একো ভাল নালাগে।
অশেষ ধন্যবাদ 🙏 সংস্কৃতি জিয়াই ৰাখিবলৈকে চেষ্টা অব্যাহত ৰাখিছো
বহুত বহুত ভাল লাগিছে❤❤❤❤❤❤ বাইদেউ। আপোনাৰ ফোন নম্বৰটো দিবচোন।
সুন্দৰ
🙏🙏
Val lagil ❤❤
🙏🙏
বৰ দুখ লাগিল 😢😢❤❤
🙏🙏
Bor dhukh lagil day soku pani ulai gol hosae mat tu bor dhuniya
অশেষ ধন্যবাদ 🙏🙏👍
Borhiya
👍👍
সুন্দৰ ভাল লাগিল দেই ❤❤❤❤❤❤🎉🎉🎉🎉🎉
🙏🙏👍
Bohut val lagel baideu bukur kunubai khint sui goise
🙏🙏
Xundar
🙏🙏
*So beautiful😊like done😊❤❤*
Thank you so much
Bohut dukh lagil dei
👍👍♥️
Val lagil
👍👍😊
সুন্দৰ হৈছে।
অশেষ ধন্যবাদ 🙏
❤
👍👍
Bohut vl lagil❤
অশেষ ধন্যবাদ 🙏
বাইদেউ বহুত ❤ ধুনীয়া হৈছে।😊😊❤❤❤❤❤❤ আপোনাৰ ফোন নম্বৰটো দিবচোন
*xundor biya naam😊like done❤full support❤plx stay connected❤😢*
Thanks and sure ♥️♥️
বাইদেউ মাতো বৰ শুন্দৰ
🙏🙏
🙏🙏
Val. Lagli
🙏🙏
Bor dhukh lage apunar bia nam huni
🙏🙏
দুখ লাগিল।😢
🙏🙏
বহুত বেয়া লাগিল 😢😢😢❤❤❤
🙏🙏
Bhal lagil khuri
👍👍
Bhal lagil khuri ❤️
👍👍
Val hoise bia naam khuni dukh laga
🙏🙏
Apunar biyanam huni mur soku Pani ulai jai
🙏🙏
আপোনাৰ vidio মই ছাই থাকো ।বিয়া নামবোৰ শুনিভাল লাগে ,কিন্তু আপোনাৰ দৰে মোৰো বুকুখন খুন্দা মাৰি ধৰে ।ময়ো বিয়ানাম ভাল পাওঁ,বিয়াবিলাকত গাওঁ।আপোনাক ভাললাগে বেয়ানাপায় যদি আপোনাৰ ঘৰ ক'ত জনাবছোন ।
অশেষ ধন্যবাদ 🙏 মই যোৰহাট তিতাবৰৰ জীয়ৰী, গোলাঘাটৰ বোৱাৰী আৰু এতিয়া বৰ্তমান গুৱাহাটীৰ স্থায়ী বাসিন্দা
Veri.nice❤❤❤❤❤
🙏🙏👍
সচাঁই বহুতৰ ক্ষেত্ৰত ঘটি থকা ঘটনা বেয়া লাগি গ'ল 😢😢😢❤❤🎉
🙏🙏😫
সচাঁই অতি সুন্দৰ ❤❤বৰ ভাল লাগিল দেই 😂🎉🎉
অশেষ ধন্যবাদ 🙏
খিচা গীত
😃😃👍
Moi aapunar bia nam maje maje xuni thaku
অশেষ ধন্যবাদ 🙏 এদিন এৰি এদিন দিওঁ চাব 🙏
বহুত ধুনীয়া গাইছে বাইদেউ😢
অশেষ ধন্যবাদ 🙏
বহুত ধুনীয়া হৈছে
অশেষ ধন্যবাদ 🙏👍
👌👌
👍
❤❤
👍
বৰ দুখ লাগিল 😢
🙏🙏
বহুত সুন্দৰ হৈছে
অশেষ ধন্যবাদ 🙏
দুখ লগা।
🙏🙏
Nice 👌
🙏🙏