Gopal Gogoi
Gopal Gogoi
  • Видео 34
  • Просмотров 1 898

Видео

আমাৰ মৰমৰ DSP দেবেন বৰা ছাৰৰ চাকৰি জিৱনৰ পৰা অৱসৰ লোৱা সময়ত উপস্হিত থাকিবলৈ পায় নিজকে ধন্য মানো 🙏🏻
Просмотров 10Месяц назад
আমাৰ মৰমৰ DSP দেবেন বৰা ছাৰৰ চাকৰি জিৱনৰ পৰা অৱসৰ লোৱা সময়ত উপস্হিত থাকিবলৈ পায় নিজকে ধন্য মানো 🙏🏻
শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত স্হনীয় ভকত বৈষ্ণৱ আৰু যুৱক যুৱতীৰ দ্বাৰা হৰি নাম । আমাৰ গৃহত 🙏🏻26/08/2024
Просмотров 92 месяца назад
শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত স্হনীয় ভকত বৈষ্ণৱ আৰু যুৱক যুৱতীৰ দ্বাৰা হৰি নাম । আমাৰ গৃহত 🙏🏻26/08/2024
শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ উপলক্ষে আমাৰ গৃহতে সকলোৱে মিলি অলপ হৰি নাম লওঁ ❤️🙏🏻
Просмотров 172 месяца назад
শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ উপলক্ষে আমাৰ গৃহতে সকলোৱে মিলি অলপ হৰি নাম লওঁ ❤️🙏🏻
বিলুপ্তপ্ৰায় গুঁই সাপ আমাৰ বাৰিত ❤️❤️❤️❤️
Просмотров 182 месяца назад
বিলুপ্তপ্ৰায় গুঁই সাপ আমাৰ বাৰিত ❤️❤️❤️❤️
সৰুপথাৰ উন্নয়নৰ প্ৰকৃত ছবি ।
Просмотров 42 месяца назад
সৰুপথাৰ উন্নয়নৰ প্ৰকৃত ছবি ।
আমাৰ সৰু বাৰীখনত কি কি আছে চাওঁ আঁহক ॥
Просмотров 122 месяца назад
আমাৰ সৰু বাৰীখনত কি কি গছ আছে চাওঁ আঁহক । #farming #assam #GopalGogoi
লোকেল কাৱৈ মাছ ।
Просмотров 122 месяца назад
লোকেল কাৱৈ মাছ ।
আঁহক আমাৰ পথাৰৰ ধান বিলাক এবাৰ চাওঁ কিমান ডাঙৰ হৈছে 🙏🏻
Просмотров 162 месяца назад
আঁহক আমাৰ পথাৰৰ ধান বিলাক এবাৰ চাওঁ কিমান ডাঙৰ হৈছে 🙏🏻
পথাৰৰ সৰু সৰু পুখুৰী সিঁচি মাছ ধৰাৰ অভ্যাসটো এৰিব নোৱাৰিলো আমি ❤️
Просмотров 272 месяца назад
পথাৰৰ সৰু সৰু পুখুৰী সিঁচি মাছ ধৰাৰ অভ্যাসটো এৰিব নোৱাৰিলো আমি ❤️
আজি ঘৰত অলপ পাঠা ছাগলী বইল মাংখ কেনেকৈ ৰান্ধিছো চাওকচোন । আপোনালোকে কেনেকৈ বনাই ক’ব দেই ॥
Просмотров 52 месяца назад
আজি ঘৰত অলপ পাঠা ছাগলী বইল মাং কেনেকৈ ৰান্ধিছো চাওকচোন । আপোনালোকে কেনেকৈ বনাই ক’ব দেই ॥
বেটা আৰু মই অলপ ধান কোটালো ❤️
Просмотров 602 месяца назад
বেটা আৰু মই অলপ ধান কোটালো ❤️
আমাৰ সৰু নতুন বাৰিখন, যোৱা বছৰত লগোৱা গছবিলাক লাহে লাহে ডাঙৰ হৈছে ❤️
Просмотров 522 месяца назад
আমাৰ সৰু নতুন বাৰিখন, যোৱা বছৰত লগোৱা গছবিলাক লাহে লাহে ডাঙৰ হৈছে ❤️
মতা,অমিতা এজোপাত কিমান অমিতা লাগিছে চাওক বন্ধুসকল ❤️🙏🏻
Просмотров 242 месяца назад
মতা,অমিতা এজোপাত কিমান অমিতা লাগিছে চাওক বন্ধুসকল ❤️🙏🏻
কি সুন্দৰ আবেলি,ঘৰৰ গৰু জনিলৈ বুলি অলপ ঘাঁহ আনিলো ।
Просмотров 163 месяца назад
কি সুন্দৰ আবেলি,ঘৰৰ গৰু জনিলৈ বুলি অলপ ঘাঁহ আনিলো ।
শাওনৰ পথাৰত হাল বাই মৈ মৰাৰ পিছত পথাৰ ডৰাৰ কাষত থকা সৰু পুখুৰিটো সিচি মাছ ধৰা আনন্দই বেলেগ 🐠🐟
Просмотров 2423 месяца назад
শাওনৰ পথাৰত হাল বাই মৈ মৰাৰ পিছত পথাৰ ডৰাৰ কাষত থকা সৰু পুখুৰিটো সিচি মাছ ধৰা আনন্দই বেলেগ 🐠🐟
আইৰ সকামৰ কিছু ভিডিঅ আৰু দেউতাৰ ফটো ❤️🙏🏻 কৃষ্ণ কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻
Просмотров 103 месяца назад
আইৰ সকামৰ কিছু ভিডিঅ আৰু দেউতাৰ ফটো ❤️🙏🏻 কৃষ্ণ কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻
১০৭ নং সৰুপথাৰ সমষ্টিৰ গাম্য পথৰ পুতৌ লগা অৱস্হা । শুকান কোম্পানীৰ উন্নয়নৰ নামত ডাঙৰ ফটা ঢোল 🙏🏻
Просмотров 703 месяца назад
১০৭ নং সৰুপথাৰ সমষ্টিৰ গাম্য পথৰ পুতৌ লগা অৱস্হা । শুকান কোম্পানীৰ উন্নয়নৰ নামত ডাঙৰ ফটা ঢোল 🙏🏻
কৰ্মই ধৰ্ম, আমাৰ ডাঙৰ বেটী কংকনাই ধান কুটাইছে 🙏🏻
Просмотров 3003 месяца назад
কৰ্মই ধৰ্ম, আমাৰ ডাঙৰ বেটী কংকনাই ধান কুটাইছে 🙏🏻
আমাৰ ঘৰৰ চাৰিও ফালৰ পৰিৱেশ 🙏🏻
Просмотров 43 месяца назад
আমাৰ ঘৰৰ চাৰিও ফালৰ পৰিৱেশ 🙏🏻
হাঁহি ধেমালিয়ে আবেলি পৰত,লৰালিৰ ধেমালি অতীতক ৰোমন্থন ❤️
Просмотров 103 месяца назад
হাঁহি ধেমালিয়ে আবেলি পৰত,লৰালিৰ ধেমালি অতীতক ৰোমন্থন ❤️
শুকান কোম্পানীৰ সপোনৰ সৰুপথাৰ টাউন ১০৭ নং বিধান সভা সমষ্টি সৰুপথাৰ, ধনশিৰি 🙏🏻
Просмотров 243 месяца назад
শুকান কোম্পানীৰ সপোনৰ সৰুপথাৰ টাউন ১০৭ নং বিধান সভা সমষ্টি সৰুপথাৰ, ধনশিৰি 🙏🏻
আমাৰ ডাঙৰ ভতিজা ঊজ্বলৰ চকলং বিবাহৰ কিছু দৃশ্য 🙏🏻
Просмотров 143 месяца назад
আমাৰ ডাঙৰ ভতিজা ঊজ্বলৰ চকলং বিবাহৰ কিছু দৃশ্য 🙏🏻
Dolphin 🐬 Show in Thailand 🙏🏻
Просмотров 483 месяца назад
Dolphin 🐬 Show in Thailand 🙏🏻
আমাৰ বগা চন্দনৰ খেতি 🙏🏻
Просмотров 133 месяца назад
আমাৰ বগা চন্দনৰ খেতি 🙏🏻
আহাৰৰ পথাৰত । জয় জোৱান জয় কৃষান ❤️🙏🏻
Просмотров 83 месяца назад
আহাৰৰ পথাৰত । জয় জোৱান জয় কৃষান ❤️🙏🏻
মাটি কলহ বা বয়ামত সাঁজ পানী থলে বেছি দিন হ’লে কিয় পোকে ধৰে ?
Просмотров 443 месяца назад
মাটি কলহ বা বয়ামত সাঁজ পানী থলে বেছি দিন হ’লে কিয় পোকে ধৰে ?
29 June 2024
Просмотров 113 месяца назад
29 June 2024
এয়া আমাৰ খেতিপথাৰ আৰু ঘৰৰ ওচৰৰ সেউজীয়া পৰিবেশ 🙏🏻
Просмотров 374 месяца назад
এয়া আমাৰ খেতিপথাৰ আৰু ঘৰৰ ওচৰৰ সেউজীয়া পৰিবেশ 🙏🏻
শুকান কোম্পানীৰ উন্নয়নৰ নামত ভেকুভাওনা 👆
Просмотров 1024 месяца назад
শুকান কোম্পানীৰ উন্নয়নৰ নামত ভেকুভাওনা 👆

Комментарии

  • @akbhai54623
    @akbhai54623 2 месяца назад

    Hundor 0:25

  • @naazfeels
    @naazfeels 2 месяца назад

    চমৎকার

  • @RajibSaikia-e4j
    @RajibSaikia-e4j 3 месяца назад

    সুন্দৰ ।।

  • @RajibSaikia-e4j
    @RajibSaikia-e4j 3 месяца назад

    সুন্দৰ

  • @RajibSaikia-e4j
    @RajibSaikia-e4j 3 месяца назад

    ধিক্কাৰ বিশ্বজিৎ ফুকন ।।

  • @local_utpaat
    @local_utpaat 3 месяца назад

    Kun jegat

    • @gopalgogoi767
      @gopalgogoi767 3 месяца назад

      @@local_utpaat গোলাঘাট সৰুপথাৰত 🙏🏻

  • @RajibSaikia-e4j
    @RajibSaikia-e4j 4 месяца назад

    ককাই মই ৰাজীৱ ।।। পোক হলে খাবলৈ ভাল ।।।

  • @RajibSaikia-e4j
    @RajibSaikia-e4j 4 месяца назад

    ধৰিব লাগে ।।। আমি আছোঁ লগত ।