অন্তৰৰ গভীৰৰলৈকে চুই গ'ল..... কি নাম ? ঘৰ ক'ত ? আজি তোমাৰ কিমান বছৰ হ'ল ? এতিয়াও গীতৰ চৰ্চা কৰানে ? আশাকৰোঁ ভাইটিজনৰ নামটো জনাব ।
অপূৰ্ব গাইছে। আজিহে শুনিলো। চকুপানী ওলাই গৈছে। আশাকৰোঁ এতিয়াও গাই আছে। ঈশ্বৰে তেওঁক কুশলে ৰাখক। Love you son......
Sundor, piyali bohut val gaise .Bhaiti tur ati utzal bhobissot kamna korilu
ৰাতিৰ সুৰভিভৰা ধৰা!!! আহ!! কি গাইছা মাইনা!!!
কোনে ক'ব, এই ল'ৰাজন এতিয়া কোনজন, এতিয়া গাই নে গান , ইমান সুন্দৰ গাইছিল
অপূৰ্ব
💜💛💚💙 Jyotish Bhatta
সুন্দৰ
Waw bujabor bhakha nai emanei xundor
Anurag Baruah latest Songs ruclips.net/video/IzCLJ0V21sM/видео.htmlsi=ZO_jxED3WJySEULn ruclips.net/video/K8OvwvN1tQE/видео.htmlsi=OIj1iWd0ZUhAEW3c ruclips.net/video/6pxePsWR1wc/видео.htmlsi=ACkl0ULRwyXibsTe ruclips.net/video/qsfZc6UGn8g/видео.htmlsi=lmHoM064WjebjxfF ruclips.net/video/je5IY9p9-s4/видео.htmlsi=ciCdyoheofXWqsWl ruclips.net/video/ZRbhZJ7LKac/видео.htmlsi=LvIn2wbje4V73o0_ ruclips.net/video/QG3QLehSccE/видео.htmlsi=QII6n7Rr6sIvuFgS ruclips.net/video/xMopTMBG5HU/видео.htmlsi=_O3ouqEOWOGL4wYi ruclips.net/video/8gRIP3l0WRk/видео.htmlsi=GDpLv5ErUYVm7Hd3
ক'ত হেৰাল এই সোণামুৱাটো!
ভাষা নাই! বহুত দিনৰ পিছত আকৌ শুনিলো।অনুৰাগ শিৱসাগৰৰ নহয় জানো?
Dibrugarh
Atia gaan gaine??
@@juritidevi245 gaai
ইমান ধুনীয়া গাইছে অ'।
Wahhhhhhhhhhhhh ❤️❤️❤️
Superbly sung❤😊
বৰ সুন্দৰ হৈছে❤❤
Babu r ujjal vobissot Kamona korisu..bor dhunia hoise..
সুন্দৰ প্ৰতিটো গান হৃদয় চুই যায়,শুনি থাকিলেও হেপাহ নপলায়
অন্তৰ পৰশি যোৱা এই গীত টো এই সৰু লৰা জনে অতি সুন্দৰ কৈ প্ৰদৰ্শন কৰিছে। বহুত বাৰ শুনিছোঁ। আজি শুনি জানিবৰ মন গ'ল অনুৰাগে গানৰ চৰ্চা কেনে দৰে কৰি আছে। ১০ বছৰ আগতে গানটো আপলোড কৰিছিল। এতিয়া সি কিমান ডাঙৰ হ'ল। অনুগ্ৰহ কৰি জনাব।
Assamease. Bhaghs
Waaaaahhh !!! Outstanding singing 🙏🙏
Such a soothing voice❤
Best wishes to Anuraag
Imaan xundor gaise...ki kom ...bhaxa nai...
স্বৰ সাধনাৰ লগে লগে শব্দ উচ্চাৰণৰ সাধনাও কৰিবা দেই মোৰ সোণটো।তোমাৰ দুগালত দুটা চুমা আঁকি দিছোঁ,চেনেহতে।
Excellent
অনুৰাগ এতিয়া কিমান বয়সৰ হল বাৰু ভিডিঅ' টো কিমান চনৰ বাৰু কোনোবা জানে যদি কব চোন অনুগ্ৰহ কৰি
I can muster only one word - mesmerizing
Awesome 👌
স্বৰ সাধনা কৰিবা দেই সোণটো।
ভাল গাইছা,বাবাটো। সাধনা অব্যাহত ৰাখিবা।
উজ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ।❤
Bohut bohut besi bhal hoise ,,hridoy sporkhi😢❤
Nice singing. God bless you my dear child!
Excellent singing, blessed.
শুৱলা কণ্ঠ
Best
Heart touching
Hi
কি ক'ম! ক'বলৈ ভাষা নাই। এতিয়া অনুৰাগ ডাঙৰ হৈছে ।নিশ্চয় তেওঁৰ কণ্ঠত এই চেনেলতে আৰু এনে ধৰণৰ সুন্দৰ গান শুনিবলৈ পাম বুলি আশাৰে বাট চাই ৰৈছো
অনন্য!
এই গীতটি শুনি শুনিও হেপাঁহ নপলায়
Ai lorajon kun baru . Atiya sagoi dangor gayok hol.
Tumar gaan moi hodai hinim
Bahut hundar kabole bhakha nai
২০২৩ ত শুনি আছো❤❤❤্
Bhal gaisa mor Priya geet
For a bright future...
ধন্যবাদ ধন্যবাদ মোৰ কবলৈ একো ভাষা নাই, তোমাক ইশ্বৰে কৃপা কৰক।মই এই গীত ভাগি আমাৰ দাদা যোৰহাট নগৰৰ তৰাজানত থকা ৰুপুদা ঘৰত আজি প্ৰায় বিশ বছৰ আগতেই টেপৰেকৰ্ডাৰত শুনিছিলো,ৰুপু দাই কৈছিল,আমাৰ ঘৰত নমিতা বাইদেউ আৰু জোতিশ ভট্টাচাৰ্য ডাঙৰীয়াও থাকে কিন্ত, আৰু এটা ভাল গান আছে পাৰিলে facebook ত দিবাচোন। গানটো হ'ল এজাক বৰষুণে ধুৱাই নিয়া এটি শান্ত গধূলি........।ধন্যবাদ শুনিবলৈ পাও যেন।
Very sweet