![Akajali Kiron ( একাজলি কিৰণ )](/img/default-banner.jpg)
- Видео 73
- Просмотров 30 185
Akajali Kiron ( একাজলি কিৰণ )
Добавлен 5 фев 2023
Видео
# বিদ্যালয় গুণোৎসৱৰ প্ৰাত: সভাত হৃদয়স্পৰ্শী গীত গাই জনপ্ৰিয়তা লাভ কৰা শচীনৰ মনৰ কথা
Просмотров 23221 час назад
দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ৬ষ্ঠ মানৰ ছাত্ৰ শচীন দাসে বিদ্যালয় গুণোৎসৱৰ প্ৰাত :সভাত হৃদয়স্পশী গীত পৰিবেশন কৰি সকলোৰে মৰম পাবলৈ সক্ষম হোৱা তৰ্থা জনপ্ৰিয়তা লাভ কৰা শচীনৰ লগত কিছু কথা আগবঢ়ালো
# দুটি মনৰ এটি ধুনীয়া জোনাক # Duti manar eti dhunia gadhuli #অৰূপ শৰ্মা দেৱৰ এটি কবিতা #
Просмотров 13314 дней назад
অৰূপ শৰ্মা দেৱৰ এটি কবিতা ।আবৃত্তি কৰি সজাই পৰাই আগবঢ়াইছো আদৰি লব বুলি আশা কৰিলো ।
# তোমাৰ ঠিকনা বিছাৰি Tumar Thikana Bisari Malay pallab Borah
Просмотров 10321 день назад
হৃদয়ত উৎপন্ন হোৱা কিছু অনুভব মাথো
# পুজা ফুল " নাট্যকাৰ মহেশ কলিতা । এটি ভাল লগা দৃশ্য আগবঢ়ালো ।
Просмотров 1892 месяца назад
নাট্যকাৰ মহেশ কলিতাৰ দেৱৰ এখনি মঞ্চ সফল সামাজিক নাটক " পুজা ফুলৰ " এটি দৃশ্য আগবঢ়ালো ।আশা কৰো আদৰি লব । লগতে আমাৰ এই চেনেলটি ছাৱচক্মাইৱ কৰিব বুলি আশা কৰিলো ।
# গীত :- " নুবুজিলো নাজানিলো " । কন্ঠৰ প্ৰয়াস : - অনিৰ্বাণ পল্লৱ বৰা #
Просмотров 1692 месяца назад
গীত টি গাবলৈ প্ৰয়াস কৰা অনিৰ্বাণ পল্লৱ বৰা ।আশীবাদ কৰিব সকলোবে
" মুকলী আকাশৰ তলত " নৱৰূপ নাট্য গোষ্ঠী , গোলাঘাটৰ শিশু শিল্পী সকল
Просмотров 792 месяца назад
২ নং বৰটিং নাওঁশলীয়া ত আয়োজন কৰা সদৌ অসম ভিত্তিত শিশু একাংকিকা প্ৰতিযোগিতা অংশ গ্ৰহন কৰা গোলাঘাটৰ নৱ ৰূপ নাট্য গোষ্ঠীৰ নাটক " মুকলী আকাশৰ তলত " আগবঢ়ালো ।আশা কৰো সকলোবে আদৰি লব
#পুজা ফুল # নাট্যকাৰ মহেশ কলিতা । মূখ্য পৰিচালক প্ৰদীপ হাজৰিকা । সহ:পৰিচালক মলয় পল্লৱ বৰা #
Просмотров 1293 месяца назад
নাট্যকাৰ মহেশ কলিতা দেৱৰ এখনি মঞ্চ সফল নাটক " পুজা ফুল " আগবঢ়ালো ।মূখ্য পৰিচালক প্ৰদীপ হাজৰিকা , সহ: পৰিচালক মলয় পল্লৱ বৰা , সংগীত পৰিচালক দেৱানন্দ বৰা ।চেকনী ধৰা যুৱ মঞ্চৰ সৌজ্যনত চেকনীধৰা নামঘৰৰ মঞ্চত কাতিবিহুৰ উৎযাপন কায্যসূছীৰ লগত সংগতি ৰাতি ১৯ /১০/২৩ তাৰিখে উক্ত নাটক খনি মঞ্চষ্ঠ কৰা হয় ।নতুন শিল্পী সকলৰ দ্ধাৰাই নাটক খনি সুন্দৰ ভাবে প্ৰদৰ্শন কৰা হয় ।
" পুজা ফুল " নাটকৰ সৰু এটি অংশ
Просмотров 1503 месяца назад
নাট্যকাৰ মহেশ কলিতা দেৱৰ "পুজা ফুল " নাটকৰ এটি সৰু অংশ আগবঢ়ালো
# পুজা ফুল # নাট্যকাৰ :- মহেশ কলিতা # মূখ্য পৰিচালক :- প্ৰদীপ হাজৰিকা #
Просмотров 8513 месяца назад
চেকনীধৰা যুৱ সংঘৰ সৌজন্যত কাতি বিহুৰ উপলক্ষে আয়োজন কৰা পুনাংঙ্গ নাটক। নাট্যকাৰ মহেশ কলিতা দেৱৰ এখনি মঞ্চ সফল সামাজিক নাটক " পুজা ফুল " । মূখ্য পৰিচালক প্ৰদীপ হাজৰিকা আৰু সহ : পৰিচালক মলয় পল্লৱ বৰা । নতুন শিল্পী সমাবেশেৰে নাটক খনি পূনাংঙ্গ ৰূপ দিয়া চেষ্ঠা কৰা হৈছে ।অজানিতে হোৱা ভুল ক্ৰটি বাবে ক্ষমা প্ৰাৰ্থী ।চেনেল টো ছাৱক্ৰাইব কৰি নাটক খনি চেয়াৰ কৰি এই শিল্পী সকলক আগবাঢ়ি যোৱাত সহায় কৰে যেন । ধন্...
# অৰণ্যত বনলতাৰ উচুপনি # কবি শ্ৰীযুত চন্দ্ৰধৰ বৰা দেৱৰ এখনি কবিতা সংকলন #
Просмотров 725 месяцев назад
আপোনা লোকলৈ আজি আগবঢ়াইছো কবি শ্ৰীযুত চন্দ্ৰধৰ বৰা দেৱৰ এখনি কবিতা সংকলন " অৰণ্যত বনলতাৰ উচুপনি " পঢ়ি চাবচোন এবাৰ ।
# সঞ্জয় বৰাৰ কন্ঠত এটি ভক্তি মুলক গীত #
Просмотров 1555 месяцев назад
জনপ্ৰিয় কন্ঠ শিল্পী সঞ্জয় বৰা কন্ঠত এটি ভক্তি মুলক গীত আগবঢ়ালো
# নাট্য , নৃত্য আৰু আবৃত্তিৰে এটা দিন #
Просмотров 3115 месяцев назад
মুৰুলী সাংস্কৃতিক গোষ্ঠীৰ গ্ৰীষ্ম কালীন নাট্য , নৃত্য আৰু আবৃত্তি কৰ্মশালাৰ সামৰনি অনুষ্ঠান
" বিপ্ৰ দামোদৰ আখ্যান " দন্ত বক্ৰ - অনিমেশ বৰা , বিদুৰথ - ৰাকেশ বৰা
Просмотров 2606 месяцев назад
এখন সুন্দৰ প্ৰবেশ আগবঢ়ালো ।
## মুৰুলী সাংস্কৃতিক গোষ্ঠী সৌজন্যত আয়োজন কৰা গ্ৰীষ্ম কলীন নাট্য , নৃত্য আৰু আবৃত্তি কৰ্মশালাৰ #
Просмотров 1956 месяцев назад
মুৰুলী সাংস্কৃতিক গোষ্ঠী সৌজন্যত আয়োজন কৰা গ্ৰীষ্ম কলীন নাট্য , নৃত্য আৰু আবৃত্তি কৰ্মশালাৰ #
#কবিতা শিৰোনামা :- তেজৰ বোলেৰে লিখি যাম ইতিহাস # কবি%: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা #
Просмотров 647 месяцев назад
#কবিতা শিৰোনামা :- তেজৰ বোলেৰে লিখি যাম ইতিহাস # কবি%: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা #
কবি মিনাক্ষী শইকীয়া বৰা এটি কবিতা আগবঢ়ালো
Просмотров 397 месяцев назад
কবি মিনাক্ষী শইকীয়া বৰা এটি কবিতা আগবঢ়ালো
# অবিৰতভাবে শ্ৰীমদ্ভাগৱত পাঠ # পানীচকুৱা বুঢ়া নামঘৰ #
Просмотров 2848 месяцев назад
# অবিৰতভাবে শ্ৰীমদ্ভাগৱত পাঠ # পানীচকুৱা বুঢ়া নামঘৰ #
#টকাৰে কেৱল বজাৰৰ সামগ্ৰীহে কিনিব পৰা ,অন্তৰ সছাঁ মৰম ভাল পোৱা কিনিব নোৱাৰে # সুন্দৰ সংলাপ ।
Просмотров 1508 месяцев назад
#টকাৰে কেৱল বজাৰৰ সামগ্ৰীহে কিনিব পৰা ,অন্তৰ সছাঁ মৰম ভাল পোৱা কিনিব নোৱাৰে # সুন্দৰ সংলাপ ।
# ম'বাইলক আমি চলাব লাগে , ম'বাইলে আমাক চলাব নালাগে # অভিলাষ বৰা সুন্দৰ কথা এবাৰ শুনক চোন ।
Просмотров 5688 месяцев назад
# ম'বাইলক আমি চলাব লাগে , ম'বাইলে আমাক চলাব নালাগে # অভিলাষ বৰা সুন্দৰ কথা এবাৰ শুনক চোন ।
নামনি পানীচকুৱা বুঢ়া নামঘৰৰ বাকৰিত ৰাজহুৱা বিহু উৎযাপন
Просмотров 409 месяцев назад
নামনি পানীচকুৱা বুঢ়া নামঘৰৰ বাকৰিত ৰাজহুৱা বিহু উৎযাপন
# পম্পী ঢোলৰ চাপৰ ত এজাক গাভৰু বিহু নাছ #
Просмотров 1,1 тыс.9 месяцев назад
# পম্পী ঢোলৰ চাপৰ ত এজাক গাভৰু বিহু নাছ #
#তোমাক কব লগা কথাৰে মন সাগৰ ভৰি আছে # সংগৃহিত কিছু কথাৰে ।
Просмотров 13310 месяцев назад
#তোমাক কব লগা কথাৰে মন সাগৰ ভৰি আছে # সংগৃহিত কিছু কথাৰে ।
## প্ৰেম হেনো যুগমীয়া ## তৰণী কু: শৰ্মা ৰচনা আৰু মুকুন্দ মাধৱ বৰা পৰিকল্পনা এখনি নৃত্য নাটিকা ##
Просмотров 35310 месяцев назад
প্ৰেম হেনো যুগমীয়া তৰণী কু: শৰ্মা ৰচনা আৰু মুকুন্দ মাধৱ বৰা পৰিকল্পনা এখনি নৃত্য নাটিকা
কবি :- কেশৱ গগৈ ।আবৃত্তি : মলয় পল্লৱ বৰা
Просмотров 13511 месяцев назад
কবি :- কেশৱ গগৈ ।আবৃত্তি : মলয় পল্লৱ বৰা
# মা # তোমালৈ সশ্ৰদ্ধ প্ৰণাম 🙏 কবি : সঙ্গীতা গগৈ , আবৃত্তি : মলয় পল্লৱ বৰা
Просмотров 156Год назад
# মা # তোমালৈ সশ্ৰদ্ধ প্ৰণাম 🙏 কবি : সঙ্গীতা গগৈ , আবৃত্তি : মলয় পল্লৱ বৰা
# শিশু শিল্পী অৰ্ণিবান বৰা (বুলবুল)কন্ঠত এটি গীত#
Просмотров 291Год назад
# শিশু শিল্পী অৰ্ণিবান বৰা (বুলবুল)কন্ঠত এটি গীত#
# হোৱাট এন আইডিয়া " কবি :- দেৱজিত বৰা # আবৃত্তি :- মলয় পল্লৱ বৰা#
Просмотров 247Год назад
# হোৱাট এন আইডিয়া " কবি :- দেৱজিত বৰা # আবৃত্তি :- মলয় পল্লৱ বৰা#
❤
হয় !
সঁচাকৈ...
সঁচা বহুত সুন্দৰ আগবাঢ়ি যোৱা
সুন্দৰ
ধন্যবাদ
বৰ সুন্দৰ
বৰ সুন্দৰ
সুন্দৰ 😊
বৰ ভাল লাগিল🥰
Keep it up..
❤❤❤❤❤❤❤❤love you ❤️ 😍
❤❤❤
বৰ সুন্দৰ 👌👌
সুন্দৰ কণ্ঠ
😘🥰
❤❤❤
বৰ সুন্দৰ হৈছে
Dhuniya
সুন্দৰ
খুব সুন্দৰ
Sundar পাণ্ডুলিপি টো পাম নি
ধুনীয়া হৈছে।
Vaal lagil
🙏mojaa🥰
Hunder
ভাল লাগিল।
অতি সুন্দৰ ❤️🌸
সুন্দৰ❤️❤️
🙏🙏🙏🙏
ব্যতিক্ৰম
অপূৰ্ব🙏
ভাল লাগিল ,সুন্দৰ
Xundor kontho kokaidew ❤proud of you
বৰ সুন্দৰ।
সুন্দৰৰৰৰ সঞ্জয়
Salo vl lagil❤
খুউব সুন্দৰ
👍
🥰🙏
Bahut val 272 kelu mur video sai bk diba
বহুত ভাল লাগিল 😊😊
😢😢😢😢😢😢
❤❤❤❤❤❤❤❤❤
সুন্দৰ কৰ্মশালা অনুষ্ঠিত হ'ল
বঢ়িয়া
🤗🥰
Nice 👍👏
❤
Nice